--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) প্ৰাক্তন গভৰ্ণৰ এছ ভেংকটৰমণনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতা হৈ থকা  ভেংকটৰমণনে  শনিবাৰে পুৱা  শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। 

তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৮ সংখ্যক  গভৰ্ণৰ আছিল। তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ  কৰিছিল।  অৰ্থনীতিবিদগৰাকীয়ে  ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ দুবছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল। 



সেই সময়ছোৱা  ভাৰতীয় অৰ্থনীতিৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক সময় আছিল। সেই সময়তে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিছিল। 

ইয়াৰ পিছতে এটাৰ পিছত এটা বিদেশী কোম্পানীয়ে দেশত প্ৰৱেশ কৰিবলৈ ধৰিছিল।  এছ ভেংকটৰমণনে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত  সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক