--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভবানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সমষ্টিটোত তেওঁক পৰভূত কৰিবলৈ ইতিমধ্যেই টঙালি বান্ধিছে বিজেপি দলেও। দলটোৱে প্ৰাৰ্থী হিচাপে আগবঢ়াইছে প্ৰিয়ংকা টিব্ৰেওৱালক।

ইতিমধ্যেই মমতাৰ বিৰুদ্ধে এখন মনোবৈজ্ঞানিক যুঁজো চলাই গৈছে বিজেপি নেতৃত্বই। সম্ভৱত: মমতাৰ ওপৰত চাপ সৃষ্টিৰ লক্ষ্যৰেই বিজেপিৰ নেতাসকলে বাৰম্বাৰ নিজৰ নিশ্চিত বিজয়ৰ দাবী কৰি আহিছে। গেৰুৱা শিবিৰৰ নেতা শ্বাহনৱাজ হুছেইনে আজি কয়, “ নন্দীগ্ৰামৰ দৰেই আমি জয়ী হ’ম ভবানীপুৰত”।একেই আত্মবিশ্বাসী মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দীলিপ ঘোষৰো। তেওঁ কয়, “ প্ৰিয়ংকা আমাৰ এগৰাকী যুঁজাৰু নেত্ৰী।আমি মমতা বেনাৰ্জীক চাৰি মাহ আগেয়েই পৰাভূত কৰিছো”।


উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ হাতত প্ৰায় ২০০০ ভোটত পৰাভূত হৈছিল মমতা বেনাৰ্জী।মুখ্যমন্ত্ৰীত্বৰ আসন ধৰি ৰাখিবলৈ হ’লে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনত তেওঁ বিজয়ৰ হাঁহি মাৰিবই লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement