--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেছাৱৰৰ সমীপত সংঘটিত হৈছে এটা ভয়াৱহ বিস্ফোৰণ। উত্তৰ-পশ্চিম পাকিস্তানৰ এটা উগ্ৰ ইছলামিক দলৰ ৰাজনৈতিক সমাৱেশত দেওবাৰে বোমা বিস্ফোৰণ হয়। জানিব পৰা মতে, কমেও ৩৯ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়।

আফগানিস্তানৰ সীমান্তৰ সমীপৰ খাৰ চহৰত  জমিয়ত উলেমা-ই-ই-ইছলাম-এফ (জুই-এফ) দলক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত হয়। সেই সময়ত দলটোৰ ৪০০ৰো অধিক সদস্য আৰু সমৰ্থকে তম্বুৰ তলত সমবেত হৈছিল।

খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী ৰিয়াজ আনোৱাৰে এএফপিক জনোৱা মতে চিকিৎসালয়ত ৩৯টা মৃতদেহ, ১২৩ জন আহত লোক আছে, যাৰ ভিতৰত ১৭ জন ৰোগী গুৰুতৰ অৱস্থাত আছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহত দেখা গৈছে যে চাৰিওফালে মৃতদেহ আৰু তেজেৰে তিতি আছে। কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও শেহতীয়াকৈ আইছিছ গোটৰ স্থানীয় গোটে JUI-F ৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল।

জেহাদী গোটটোৱে JUI-F ৰ বিৰুদ্ধে ভণ্ডামিৰ অভিযোগ উত্থাপন কৰি আহিছে। দলটোৰ বিৰুদ্ধে তেওঁলোকে কয় যে ই চৰকাৰ আৰু সামৰিক বাহিনীক সমৰ্থন কৰা ধৰ্মীয় ইছলামিক গোট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস