--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ৰাছিয়াত। ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো। ভয়ংকৰ বিমান দুৰ্ঘটনাটোৱে প্ৰাণ কাঢ়িলে ১৬জনকৈ লোকৰ।আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, মুঠ ২৩ জন যাত্ৰী লৈ উৰা মাৰিছিল বিমানখন।

অভিশপ্ত বিমানখন L-410 Turbolet আছিল বুলি চিনাক্ত কৰিছে৷ দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল। উল্লেখ্য যে ৰাছিয়াত সঘনে বিমান দুৰ্ঘটনা সংঘটিত হয়৷

কিন্তু শেহতীয়া বছৰবোৰত মুখ্য বিমান সেৱাসমূহে ছোভিয়েট বিমানৰ পৰা আধুনিক জেটলৈ সলনি কৰি বিমান পৰিবহনৰ সুৰক্ষা উন্নত কৰিছে। তথাপিও বিমানৰ দুৰ্বল ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ মান শিথিল হোৱাৰ ফলত এতিয়াও দূৰৱৰ্তী অঞ্চলবোৰত পাতল বিমানবোৰৰ সঘনাই দুৰ্ঘটনা সংঘটিত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ