--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ভিত্তিত উত্তীৰ্ণৰ শতাংশ হাৰ হৈছে ৯২.৭১ । ফলাফল results.cbse.nic.in আৰু cbse.gov.in ৱেবছাইটত উপলব্ধ হৈছে। এই বছৰৰ চিবিএছই টাৰ্ম ১ আৰু টাৰ্ম ২ পৰীক্ষাত  মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১৬ লাখ। টাৰ্ম 2 পৰীক্ষা অফলাইনত অনুষ্ঠিত হৈছিল। এই পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হৈছিল।  

পশ্চিমবংগৰ ছাউথ পইণ্ট হাইস্কুলৰ ছাত্ৰী জাহ্নৱী শ্বয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৫ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে। উল্লেখ্য যে যোৱা মাহত বিজ্ঞান বিভাগৰ ছাত্ৰীগৰাকীয়ে WBJEEত চতুৰ্থ স্থান লাভ কৰিছিল। 

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত ৯৯ শতাংশ নম্বৰ লাভ কৰে জাহ্নৱীয়ে। জাহ্নৱী শ্বক লৈ উৎফুল্লিত হৈ পৰিছে ছাউথ পইণ্ট হাইস্কুলৰ সমূহ শিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰীসকলক। সকলোৱে ছাত্ৰীগৰাকীক আশীৰ্বাদ আৰু শুভকামনাৰে উপচাই পেলাইছে।

এইবাৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ। উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ছোৱালীয়ে ল’ৰাক অতিক্ৰম কৰিছে। জানিব পৰা মতে  চিবিএছই দশম শ্ৰেণীৰ ফলাফলো শুক্ৰবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত প্ৰকাশ কৰা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ