--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যাৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰলৈ জিকিছিল বিশ্বকাপৰ খিতাপ, সেইগৰাকী কিংবদন্তি ভাৰতীয় কপিল দেৱ আজি উপস্থিত নাই আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷ 

স্বচক্ষে ৰোহিতবাহিনীৰ ফাইনেল উপভোগৰ পৰা বঞ্চিত হ’ল কপিল দেৱ৷ খবৰ অনুসৰি, বিচিচিআইয়ে পূৰ্বৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়কক সন্মান জনোৱাৰ পৰিকল্পনা কৰিছিল৷ অৱশ্যে, ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱ আজি খেলপথাৰত উপস্থিত নাই। 

দেৱে এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে হোৱা আছুতীয়া আলাপত কয় যে তেওঁক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। 

কপিল দেৱে কয়, মোক নিমন্ত্ৰণ কৰা হোৱা নাছিল। তেওঁলোকে মোক ফোনো কৰা নাছিল৷ গতিকে মই যোৱা নাছিলো। মই বিচাৰিছিলোঁ যে ১৯৮৩ৰ গোটেই দলটো মোৰ সৈতে থাকক৷ কিন্তু মই অনুমান কৰোঁ যে এইটো ইমান ডাঙৰ অনুষ্ঠান আৰু দায়িত্ববোৰ চম্ভালিবলৈ সকলো ইমান ব্যস্ত, গতিকে কেতিয়াবা তেওঁলোকে পাহৰি যায়৷

ভাৰতে প্ৰথমে দেৱৰ নেতৃত্বত বিশ্বকাপৰ আকাংক্ষিত ট্ৰফী আঁজুৰি আনিছিল, যেতিয়া এই খেল ৬০ অভাৰৰ চাইড ফৰ্মেট আছিল। দেৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে তেতিয়া ৱেষ্ট ইণ্ডিজক কম স্কোৰিঙৰ মুখামুখি খেলত পৰাজিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক