--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তালিবান৷ সকলোৰে বাবে যেন এতিয়া এক আতংকৰ নাম তালিবান৷ তালিবানৰ আগ্ৰসানৰ পৰা কোনো এখন ইছলামিক ৰাষ্ট্ৰই ৰক্ষা পোৱা নাই৷ তালিবানে এখন দেশ অধিগ্ৰহণ কৰা মানে, সেই দেশখনৰ সকলো দিশত নিজৰ কঠোৰ আধিপত্য বিৰাজ কৰা৷ বহু সময়ত তালিবানে তেওঁলোকে অধিগ্ৰহণ কৰা দেশসমূহৰ নাগৰিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰা ঘটনাও পোহৰলৈ আহে৷ বিশেষকৈ তালিবানে অধিগ্ৰহণ কৰা দেশসমূহৰ নাৰীসকলৰ ওপৰত আৰোপ কৰে ইটোৰ-পাছত সিটো নিষেধাজ্ঞ৷ কেতিয়াবা যদি নাৰীসকলক স্কুললৈ যোৱাত বাধা দিয়ে, কেতিয়াবা আকৌ বোৰ্খা লৈয়ো বিতৰ্ক৷


কিন্তু ইয়াৰ বিপৰীতে এইবাৰ তালিবান কিছু উদাৰ হোৱা পৰিলক্ষিত হৈছে৷ এইবাৰ তালিবানে মহিলাৰ সপক্ষে এক ডাঙৰ সিদ্ধান্ত গ্ৰঙণ কৰিছে৷ তালিবানে এক প্ৰতিবেদন জাৰি কৰি কৈছে যে, আফগানিস্তানত এতিয়াৰ পৰা মহিলাৰ বলপূৰ্বক বিবাহ একেবাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এই নিয়ম যদি কোনোৱে উলংঘন কৰে জে’ল পৰ্যন্ত হ’ব পাৰে বুলি তালিবান চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে৷ অৱশ্যে, তালিবানৰ সিদ্ধান্তক উন্নত দেশসমূহৰ পৰা স্বীকৃতি প্ৰাপ্ত কৰাৰ এক কৌশল হিচাপেও দেখা যায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ