--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট অব্যাহত থকাৰ মাজতে বিসম্বাদী শিবিৰৰ একনাথ সিন্দেয়ে কালি নিশা গুজৰাটত বিজেপি নেতা দেৱেন্দ্ৰ ফড়নবিশক সাক্ষাৎ কৰে৷ গুৱাহাটীৰ হোটেলৰ পৰা গৈ গোপন বৈঠকত মিলিত হয় একনাথ সিন্ধে৷

গুজৰাটৰ বদোদৰাত মহাৰাষ্ট্ৰত সম্ভাৱ্য চৰকাৰ গঠনৰ বাবে দুয়োগৰাকী নেতা আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে৷ গৃহমন্ত্ৰী অমিত শ্বাহ বদোদৰাত থাকোঁতেই নেতা দুগৰাকী বৈঠকত মিলিত হোৱা বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে৷

দেৱেন্দ্ৰ ফড়নবিশৰ সৈতে আলোচনাৰ অন্তত সিন্দেই পুনৰ  অসমলৈ উভতি আহে৷ তাৰ মাজতে সিন্দেকে ধৰি ১৬গৰাকী বিধায়ক মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষৰ পৰা অযোগ্যতাৰ জাননীৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উদ্ধৱ থাকৰেক প্ৰেক্ষাপটৰ পৰা বাহিৰ কৰিবলৈ সিন্দে আৰু বিসম্বাদীসকলে তেওঁলোকৰ পূৰ্বৰ অংশীদাৰ বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিব চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুত হোৱা বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ