--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানৰ ঘনিষ্ঠ মিত্ৰ হাংগেৰীৰ ৰাষ্ট্ৰপতি কেটালিন ন’ভাকে শনিবাৰে পদত্যাগ ঘোষণা কৰে৷শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত বিৰোধী ৰাজনীতিবিদৰ হেঁচা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে।

পৰিয়াল নীতিৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মই যিসকলক আঘাত দিলোঁ আৰু যিসকল সকলো ভুক্তভোগীৰ ওচৰত হয়তো এনে ধাৰণা হৈছিল যে মই তেওঁলোকক সমৰ্থন কৰা নাছিলো।মই শিশু আৰু পৰিয়ালক সুৰক্ষা দিয়াৰ পক্ষত আছো, আছিলো আৰু থাকিম।



২০২২ চনৰ মাৰ্চ মাহত নোভাকে ৰাষ্ট্ৰপতিৰ মূলতঃ আনুষ্ঠানিক ভূমিকা গ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।শিশু গৃহৰ এগৰাকী প্ৰাক্তন উপ-সঞ্চালকক দিয়া ক্ষমাৰ ফলত এই বিতৰ্কৰ সৃষ্টি হয়। যোৱা এপ্ৰিল মাহত পোপ ফ্ৰান্সিছে বুডাপেষ্ট ভ্ৰমণৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।



যোৱা সপ্তাহত স্বতন্ত্ৰ বাতৰি ছাইট ৪৪৪ য়ে এই সিদ্ধান্ত প্ৰকাশ কৰাৰ পিছৰে পৰা দেশৰ বিৰোধীয়ে ন’ভাকৰ পদত্যাগৰ আহ্বান জনাই আহিছিল।শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত বিক্ষোভকাৰী সমবেত হয় আৰু তিনিজন ৰাষ্ট্ৰপতি উপদেষ্টাই নিজৰ পদ এৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ