--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ১০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটিল। তাকো টেলিভিছনত কৰা এক মন্তব্যৰ অচিলালৈয়েই এই সম্পৰ্কৰ অৱসান ঘটিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে  তেওঁৰ স্বামী এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱে কৰা বিতৰ্কিত মন্তব্যৰ বাবেই স্বামীৰ সৈতে বিচ্ছেদ কৰাৰ কথা ঘোষণা কৰিছে।  ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে টেলিছনৰ সাংবাদিক এণ্ড্ৰিয়া জিয়ামব্ৰুনোৰ সৈতে বিচ্ছেদ কৰাৰ কথা উল্লেখ কৰি কয় যে এই সম্পৰ্ক   আৰু বজাই ৰখা সম্ভৱ নহয়। 

 শেহতীয়াকৈ এণ্ড্ৰিয়া জিয়ামব্ৰুনোৱে অনুষ্ঠানৰ মাজতে অথবা অনুষ্ঠানৰ বাহিৰতো কেবোৰ যৌনগন্ধী মন্তব্য কৰিছিল। তেওঁ আনকি সতীৰ্থ মহিলা কৰ্মচাৰীক তেওঁৰ সৈতে কাম কৰি থাকিব বিচাৰিলে গ্ৰুপ ছেক্সত ভাগ ল’ব লাগিব বুলিও কৈছিল।she 




এনেবোৰ কথাৰ অডিঅ’ প্ৰকাশ পোৱাৰ পিছতে সাংবাদিক জন সমালোচনাৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে ঘোষণা কৰে  " প্ৰায় ১০ বছৰ ধৰি চলি থকা এণ্ড্ৰিয়া জিয়ামব্ৰুনোৰ সৈতে মোৰ সম্পৰ্ক ইয়াতে শেষ হৈছে," । তেওঁ লগতে কয়, "আমাৰ পথ দিন ধৰি  কণ্টকময় হৈ পৰিছিল।  আমি  ইয়াক স্বীকাৰ কৰাৰ সময় আহি পৰিছে।" দম্পতীহালৰ এগৰাকী  সাত বছৰীয়া কন্যা সন্তানো  আছে।

কিছুদিন পূৰ্বে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিৰ স্বামীয়ে সহকৰ্মীক কৈছিল "মই তোমাক আগতে কিয় লগ পোৱা নাছিলো?"। তেওঁ আনকি মহিলা সহকৰ্মীক যৌনতাৰো প্ৰস্তাৱ দিছিল। ইয়াৰ পূৰ্বে এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱে দলবদ্ধ ধৰ্ষণক সমৰ্থন জনাই এটা অনুষ্ঠানত মন্তব্য কৰিছিল। তেওঁ সুৰাপান কৰি বেহুছ হৈ পৰা মহিলাক ধৰ্ষণ কৰাৰ পক্ষে মত দিছিল বুলি অভিযোগ উঠিছিল। সেই সময়ত এণ্ড্ৰিয়া জিয়াম্ব্ৰুনোৱেৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিবাদ হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা