--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ হোৱাৰ নাম লোৱা নাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। এই যুদ্ধ অব্যাহত ৰখাত শক্তি যোগাবলৈ জাৰ্মানীয়ে ইউক্ৰেইনলৈ আ্গবঢ়াইছে সহায়ৰ হাত। জাৰ্মানীয়ে ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক যুদ্ধ টেংক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনলৈ ১৮ খন যুদ্ধ টেংক প্ৰেৰণ কৰিছে। জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

লেপাৰ্ড-২ টেংক বিশ্বৰ এক আগশাৰীৰ যুদ্ধ টেংক। জাৰ্মানীৰ সেনা আৰু বহুতো ইউৰোপীয় দেশৰ সশস্ত্ৰ বাহিনীয়ে এই টেংক ব্যৱহাৰ কৰে। এই টেংক ব্যৱহাৰ কৰা ইউৰোপীৰ বাহিৰৰ দেশবোৰৰ ভিতৰত আছে কানাডা আৰু ইণ্ডোনেছিয়া। 

লেপাৰ্ড-২ টেংকৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ ডিজাইনবোৰো বেলেগ। এই টেংকখনত নাইট ভিজন সঁজুলি আৰু লেজাৰ ৰেঞ্জ ফাইণ্ডাৰ আছে, যাৰ সহায়ত লক্ষ্যৰ দূৰত্ব জোখা যায়। লেজাৰ ৰেঞ্জ ফাইণ্ডাৰে খহটা ভূখণ্ড বা খহটা মাটিৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত চলমান লক্ষ্য ভালদৰে নিৰীক্ষণ কৰাত সহায় কৰে। শত্ৰুক পৰাভূত কৰাত সিদ্ধহস্ত এই যুদ্ধ টেংক। 

উল্লেখ্য যে আফগানিস্তান, কছোভো আৰু চিৰিয়াৰ সংঘৰ্ষতো এই ডিজেল ইঞ্জিনযুক্ত যুদ্ধ টেংকৰ ব্যৱহাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement