--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধভূমিৰ পৰা সুকলমে উভতি আহিল ভাৰতীয় অভিনেত্ৰী নুশ্ৰত ভৰুচ্চা৷ ইজৰাইলত আৱদ্ধ হৈ আছিল নুশ্ৰত৷ উৎকণ্ঠা, উদ্বিগ্নতাৰ অৱসান ঘটাই দেওবাৰে মুম্বাইত অৱতৰণ কৰে অভিনেত্ৰীগৰাকীয়ে৷

অভিনেত্ৰীগৰাকীয়ে হাইফা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইজৰাইললৈ যাত্ৰা কৰিছিল৷ ৭ অক্টোবৰত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ‘টীম’ৰ সৈতে যোগাযোগ হেৰুৱাইছিল। 

অৱশ্যে দেওবাৰৰ পুৱা তেওঁক পুনৰুদ্ধাৰ কৰি সফলতাৰে ইজৰাইল-ভাৰত সংযোগী বিমানেৰে ওভতাই অনা হৈছিল।
মুম্বাই বিমানবন্দৰত তেওঁ উপস্থিত হোৱাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ অৱশ্যে, বিমান বন্দৰত বিষণ্ণ বদনে দেখা গ’ল নুশ্ৰতক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি