--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ডিজিটেল ইন্টেলিজেন্স লেবত আধুনিক ফৰেনচিক সঁজুলিৰ সহায়ত কৰদাতাই কৰ ফাঁকি দিবলৈ মচি পেলোৱা ই-মেইল, মেছেজ, একাউণ্টৰ নথি-পত্ৰ আৰু লেনদেনৰ তথ্য উদ্ধাৰ কৰি পৰীক্ষা কৰিব পৰা যাব।

ডিজিটেল ডেস্ক: ভাৰতত কৰ ফাঁকি ৰোধ কৰিবলৈ আৰু ডিজিটেল প্রমাণসমূহ পৰীক্ষা কৰাৰ উদ্দেশ্যৰে আয়কৰ বিভাগে সমগ্র দেশত ২২টা ডিজিটেল ইণ্টেলিজেন্স লেবৰেটৰী স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 


কেন্দ্ৰীয় প্রত্যক্ষ কৰ ব'ৰ্ডে (চি বি ডি টি) কৰ ফাঁকিৰ ক্ষেত্ৰত ডিজিটেল প্ৰমাণসমূহ পৰীক্ষা কৰাৰ বাবে বিশেষ আন্তঃগাঁথনি প্রদানৰ উদ্দেশ্যে 'ডিজিটেল ইন্টেলিজেন্স এণ্ড এনালিটিক্স লেব' স্থাপন কৰিব। এই নতুন আন্তঃগাঁথনিৰ জৰিয়তে আয়কৰ বিভাগে কৰ ফাঁকি ধৰা পেলাবলৈ কাৰোবাৰ ডিভাইচৰ পৰা ডিলিট কৰা বা মচি পেলোৱা তথ্যও উদ্ধাৰ কৰি পৰীক্ষা কৰিব পাৰিব। 


এই ডিজিটেল ইন্টেলিজেন্স লেবত আধুনিক ফৰেনচিক সঁজুলিৰ সহায়ত কৰদাতাই কৰ ফাঁকি দিবলৈ মচি পেলোৱা ই-মেইল, মেছেজ, একাউণ্টৰ নথি-পত্ৰ আৰু লেনদেনৰ তথ্য উদ্ধাৰ কৰি পৰীক্ষা কৰিব পৰা যাব। তদুপৰি, ভুৱা ইনভইচ, বেনামী লেনদেন আৰু ক'লা ধনৰ উৎসও বিচাৰি উলিওৱাত এই কাৰিকৰী আন্তঃগাঁথনি ব্যৱহাৰ কৰিব পৰা যাব। উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন