--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আফগানিস্তানত এইবাৰ তালিবান সন্ত্ৰাসবাদীয়ে দেশখনত বাস কৰা সংখ্যালঘু ছিয়া মুছলমান লোকৰ নিধনযজ্ঞ আৰম্ভ কৰিছে। প্ৰায় ৩ লাখ ৬০ হাজাৰ জনসংখ্যাৰ দেশ আফগানিস্তানৰ ৯ শতাংশ লোক ছিয়া মুছলমান সম্প্ৰদায়ৰ। বিগত কিছুদিন ধৰি সংখ্যালঘু ছিয়া মুছলমান লোকৰ ওপৰত অত্যাচাৰ চলাই আছে তালিবানীয়ে। ছিয়া মুছলমান লোকক ঘৰৰ পৰা খেদি খেদি বাহিৰ কৰি দিছে তালিবানীয়ে। কেৱল তাতে ক্ষান্ত নাথাকি ছিয়াসকলৰ মাটি আৰু ঘৰ তালিবান সন্ত্ৰাসবাদীয়ে তালিবান সমৰ্থকৰ মাজত বিলাই দিছে।

মুছলমানসকলৰ মাজত ছিয়া আৰু ছুন্নী মতবাদকলৈ তাহানিৰে পৰা সংঘাত চলি আহিছে। তালিবান সন্ত্ৰাসবাদীয়ে শেহতীয়াকৈ ছিয়া সম্প্ৰদায়ৰ এগৰাকী কিশোৰীসহ ১৩ গৰাকী লোকক হত্যা কৰিছে। ৮ অক্টোবৰত ছিয়া লোকৰ মছজিদত তালিবানে আক্ৰমণ চলাই ৪৭ জন লোকক হত্যা কৰিছে। তালিবানৰ বৰ্বৰতাৰ বলি হৈ এতিয়ালৈকে ৬০ জন ছিয়া লোকে হেৰুৱাইছে প্ৰাণ। এনে ভয়ংকৰ পৰিস্থিতিত আফগানিস্তানত বাস কৰা ছিয়া সম্প্ৰদায়ৰ লোকসকলে ক'ত যাও কি কৰোকে দিকবিদিক হেৰুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ