--°C
Loading...
Listen to Article
2 min read
80%
২৫/০১/২৫, শণিবাৰ

মেষ ৰাশি :  ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব । মধ্যাহ্নৰ পিচত, মানসিক অস্থিৰতা আৰু উত্‍সাহৰ অভাৱ দেখা পাব পাৰে । বন্ধু-বৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বিত্ত বিষয়ক সুচাৰুৰূপে পৰিকল্পনা কৰক ৷ পৰিয়ালৰ লগত আনন্দময় সময় কটাওক ৷

বৃষ ৰাশি :  মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব ৷ পৰিয়ালৰ সৈতে সময় কটাওক । আপোনাৰ অসংযত ব্যৱহাৰৰ বাবে অন্য লোক বিৰক্ত হ’ব পাৰে । সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰক ৷

মিথুন ৰাশি : সাৱধানেৰে চলক। ঘৰত বিবাদ হ’ব পাৰে । মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত আপুনি উত্‍সাহিত অনুভৱ কৰিব । ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ মনোবল বৃদ্ধি পাব । বিনোদনৰ ক্ষেত্ৰত ব্যয় হ’ব পাৰে ।

কৰ্কট ৰাশি : ব্যৱসায়ত লাভান্বিত হ’ব । ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। দুপৰীয়াৰ পিচত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে । চকুৰ সমস্যা হ’ব পাৰে । দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক।


সিংহ ৰাশি : নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা শুভ দিন। সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে । বেতন বৃদ্ধি হ’ব পাৰে । পৰিয়ালৰ লগত সময় পাৰ কৰক ৷

কন্যা ৰাশি : আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’ব পাৰে। দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ পৰ্য্যাপ্ত যত্ন লওক। কৰ্মক্ষেত্ৰত শুভ ৷ চাকৰি কৰা সকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।


তুলা ৰাশি : অত্যাধিক কামৰ চাপ আৰু শাৰীৰিক জড়তাৰ বাবে মানসিক উদ্বিগ্নতা হব পাৰে । অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে।


বৃশ্চিক ৰাশি : পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব । বন্ধু আৰু সম্পৰ্কীয়ৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণ কৰক । দুপৰীয়াৰ পিচত হঠাতে মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব ৷ খাদ্যৰ যত্ন লওক । ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে ।


ধনু ৰাশি : দিনটো শান্তিৰে পাৰ হ’ব । আপুনি আৰম্ভ কৰা সকলো কাম সম্পূৰ্ণ হ’ব । আকস্মিকভাৱে আৰ্থিক লাভ হ’ব পাৰে । পাৰিবাৰিক জীৱন আনন্দময় হ’ব । ব্যৱসায়ীসকলৰ বাবে শুভ । সৰু ভ্ৰমণৰ যোগ আছে । বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ।

মকৰ ৰাশি : আশা অনুসৰি কামৰ ফল পাব । স্বাস্থ্য ভালে থাকিব। বাহিৰত খোৱাৰ পৰা বিৰত থাকক । দুপৰীয়াৰ পিচত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । অসুস্থ হৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব । আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত শুভ ৷

কুম্ভ ৰাশি : শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে দিনটো শুভ । চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে । মানসিকৰূপে সুস্থিৰ হৈ থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ পেটৰ অসুখৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে দিন শুভ ৷ আৰ্থিক দিশত ভাল ৷


মীন ৰাশি :  সৃজনমূলক কামত লিপ্ত হওক ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ যোগ আছে ৷ মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন । শিশুসকলৰ বাবে লাভদায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ