--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১৯ নৱেম্বৰ। আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী।এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব। ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। ৫৮০ বছৰৰ পাছত আজি দেখা যাব এই বিৰল চন্দ্ৰগ্ৰহণ। সময় অনুসৰি, দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কি কি কৰিব আৰু কি কি নকৰিব তাৰবিষয়ে উল্লেখ আছে। সেই নিয়মসমূহ মানি চলিলে নিজৰ জীৱনৰ বাবে মংগল বুলি বিশ্বাস কৰা হয়।

কি কি কৰিব-

১. গ্ৰহণৰ সময়ত অগ্নি দেৱতাক স্মৰণ কৰক আৰু ঈশ্বৰৰ ওপৰত ধ্যান কৰক। 
২. গ্ৰহণৰ সময়ত গুৰু মন্ত্ৰ জপ কৰক বা মহামৃত্যঞ্জয় মন্ত্ৰ জপ কৰক। 
৩. গ্ৰহণৰ সময়ত গৰু বা অন্য জন্তু আৰু চৰাইবোৰক খাদ্য খুৱাওক। 
৪. এই সময়ছোৱাত দৰিদ্ৰ লোকসকলক দান কৰাটোও শুভ বুলি গণ্য কৰা হয়। 

আৰু পঢ়কঃ ‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে‘; কংগনাক উভতি ধৰিলে মহাত্মা গান্ধীৰ নাতিয়ে

কি কি নকৰিব-

১.চন্দ্ৰগ্ৰহণৰ সময়ত চুলিত তেল নাসানিব।
২.এই সময়ত খাদ্য গ্ৰহণ কৰাটো নিষিদ্ধ। 
৩.চন্দ্ৰগ্ৰহণৰ সময়ত টোপনি নাযাব। 
৪.এই সময়ছোৱাত পাত আৰু ফুল ছিঙিব নালাগে। 
৫.চন্দ্ৰগ্ৰহণৰ সময়ত কোনো শুভ কাম নকৰিব। 
৬.এই সময়ছোৱাত কোনো মূৰ্তি স্পৰ্শ নকৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক