--°C
Loading...
Listen to Article
2 min read
80%




 ১৩/০৬/২৪, বৃহস্পতিবাৰ

মেষ ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাৱনাই ইতিবাচক ফল দিব । আজিৰ দিনটোত আৰ্থিকভাৱে সবল থাকিব।

বৃষৰাশি – ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম-প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাৱনা থাকিব।

মিথুন ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। বিবাহৰ কথা আগবঢ়োৱাৰ বাবে আজি উপযুক্ত দিন। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব।

কৰ্কটৰাশি- প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক মনোকষ্ট দিয়াৰ সম্ভাৱনা । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে।

সিংহ ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

কন্যা ৰাশি- কৰ্মক্ষেত্ৰত সুনাম হব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীৱনসংগীৰ সৈতে ভ্ৰমণৰ যোগ। প্ৰেমৰ মাজেৰে দিনটো পাৰ হ’ব।

তুলা ৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিক টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে।

বৃশ্চিক ৰাশি – নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় নিমন্ত্ৰণৰ লগতে উপহাৰো লাভ কৰাৰ যোগ আছে।

ধনু ৰাশি – আৰ্থিক সংকটে দেখা দিব পাৰে, কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হ’ব পাৰে, ক্ৰোধ সম্বৰণ কৰিব।

মকৰ ৰাশি- বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনত আনন্দ পাব । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক।

কুম্ভ ৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা।

মীন ৰাশি – কৰ্মক্ষেত্ৰত আজি আপুনি এক ভাল খবৰ লাভ কৰিব পাৰে । জীৱন সন্দৰ্ভতো সতৰ্কতা অৱলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ