--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱনত একোৱেই যেন অভাৱ নাই তেওঁৰ৷ কেৱল ভোগ-বিলাসিতা কৰিবলৈ যেন তেওঁৰ জন্ম হৈছে৷ তেওঁ হৈছে দেশৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰা মুকেশ আম্বানীৰ৷ ফৰ্বছৰ ২০২১ৰ তালিকা (Forbes Rich List 2021) অনুসৰি, মুকেশ আম্বানী ২০০৮ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে তালিকাৰ প্ৰথম স্থানত আছে মুকেশ আম্বানী।

তৈল খণ্ডৰ পৰা আৰম্ভ কৰি টেলিকম ক্ষেত্ৰলৈকে সমানে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰীজৰ মুৰব্বী মুকেশ আম্বানী বিশ্বৰ পঞ্চম স্থানত থকা ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে। ফৰ্বছৰ ২০২১ত পোৱা তথ্য অনুসৰি, মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭৫ বিলিয়ন মাৰ্কিন ডলাৰ।ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ প্ৰায় ৫,৬১ লাখ কোটি টকা।


বিশাল সম্পত্তিৰ গৰাকীয়ে অযুত ধন সম্পত্তিক লৈ এতিয়া শলঠেকত পৰিছে৷ শেহতীয়া খবৰ অনুসৰি, ধনাঢ্য ব্যক্তিগৰাকীয়ে তেওঁৰ সা-সম্পত্তি ভাগ-বতৰা কৰিব বিচাৰিছে৷ ব্লুমবৰ্গৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, আম্বানীয়ে তেওঁৰ মৃত্যুৰ পাছত সন্তানে যাতে সম্পত্তিৰ অধিকাৰক লৈ বিবাদত লিপ্ত নহয় তাৰ বাবে তেওঁ জীৱিত অৱস্থাতে ইয়াৰ সমাধান সূত্ৰ উলিয়াব বিচাৰিছে৷ উল্লেখ্য যে, ২০০২ চনত পিতৃ ধীৰুভাই আম্বানীৰ মৃত্যুৰ পাছত সম্পত্তিক লৈ দুই পুত্ৰ মুকেশ আম্বানী আৰু ধীৰুভাই আম্বানীৰ মাজত সংঘাত হৈছিল, গতিকে মুকেশ আম্বানী সেই একে ভূল দুনাই কৰিব বিচৰা নাই আৰু জীৱিত কালতে তেওঁৰ তিনি পুত্ৰৰ মাজত তেওঁৰ বিশাল সম্পত্তি ভাগ-বতৰা কৰিব বিচাৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক