--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৭ জুলাই,২০২৪, দেওবাৰ। আপোনাৰ আজিৰ দিনটো কেনে যাব জানো আহক।


 ১. মেষ ৰাশি (অ,ল)-নতুন যোগাযোগ।  নতুন কৰ্ম লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আমনি লাগিব পাৰে৷ প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ 

২. বৃষ ৰাশি( উ,ব,ই)-আজিৰ দিনটোত সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ প্ৰেমত শুভ ৷ বন্ধুৰ পৰা মনত  আঘাত পোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ। পানীৰ পৰা সাৱধানে থাকিব।

৩. মিথুন ৰাশি( ক,ছ)- আজি কিছু  কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। মাতৃৰ শুভ।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস  পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ জুইৰ পৰা সাৱধানে থাকিব।

৫. সিংহ ৰাশিৰ (ম,ট)-  আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব । খৰচ হ্ৰাস পাব পাৰে৷ পিতৃৰ বাবে চিন্তা। কৰ্মত শুভ হ'ব উদাস ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷ আলহী আহিব পাৰে।

৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত উদাৰতাৰ ভাবে ক্ৰিয়া কৰিব , মনত সামান্য ভয় ভাবো বৃদ্ধি হ'ব পাৰে। বন্ধুৰ সৈতে সামান্য মনোমালিন্য হোৱাৰ যোগ । হাতলৈ ধন আহিব পাৰে৷ প্ৰেমত শুভ।
৮. বৃশ্চিক ৰাশি (ন,য)- পুৰণি আশা পূৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি সকলো দিশতে সতৰ্ক হোৱাটো ভাল হ'ব।নতুন যোগাযোগ৷ প্ৰেমত মধ্যম।

৯. ধনু ৰাশি (ধ,ভ)- সন্মান বাঢ়িব । চকুৰ ৰোগ হোৱাৰ আশংকা। প্ৰেমত শুভ। খৰচ বৃদ্ধি হ’ব পাৰে। পানীৰ পৰা সাৱধান। বন্ধিৰ সহায় লাভ। 

১০. মকৰ ৰাশি (খ,জ)- আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেটৰ ৰোগ হ’ব পাৰে, গতিকে সতৰ্ক হ’ব। বিবাদত লিপ্ত নহ’ব। 

১১. কুম্ভ ৰাশি(গ,শ,স)-  চৰকাৰী কৰ্মচাৰীসকলৰ  শুভ হ'ব, পুৰণি ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ জুইৰ পৰা সাৱধান। হাতলৈ ধন আহিব।  খৰচো অলপ বাঢ়িব পাৰে। 

১২. মীন ৰাশি( দ,চ)- মনত শান্তি বাঢ়িব যদিও কৰ্মত সামান্য কষ্ট পাব পাৰে ।খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ উদাসীনতাৰ  ভাব আহিব পাৰে।  যান-বাহনৰ পৰা সাৱধান। চকুৰ ৰোগত ভুগিব পাৰে। নতুন খবৰ লাভ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ