--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তি তিথিত বিশ্বকৰ্মা পূজা পালন কৰা হয়। মানুহৰ ঘৰে-ঘৰে, অফিচ, ফেক্টৰী আদিত বিশ্বকৰ্মা পূজাৰ ধুমধাম আয়োজন চলিছে। এই শুভ দিনটোত ধনকুবেৰ যোগ গঠন হৈছে। কুবেৰৰ আশীৰ্বাদত তিনিটা ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আগমন ঘটিব প্ৰচুৰ ধন-সম্পত্তিৰ।

কোন কোন ৰাশিৰ জাতক-জাতিকাৰ কপাল ফুলিব জানি লওঁ আহক...

কৰ্কট ৰাশিঃ বিশ্বকৰ্মা পূজাৰ শুভ ক্ষণত কুবেৰৰ আশীৰ্বাদত কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনৰ পৰিৱৰ্তন হ’ব। তেওঁলোকৰ বুদ্ধি তীক্ষ্ণ হ’ব। কঠোৰ পৰিশ্ৰমীসকলে সুফল লাভ কৰিব। কুবেৰৰ আশীৰ্বাদত তেওঁলোকৰ ঘৰলৈ আহিব অপৰ্যাপ্ত ধন-সম্পদ।

তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰো জীৱন সলনি হ’ব। তেওঁলোক বিপুল ধন-সম্পত্তিৰ অধিকাৰী হ’বলৈ গৈ আছে। আধ্যাত্মিক শক্তিক বিশ্বাস কৰি চলিলে তেওঁলোকে সকলো কাৰ্যতে সুফল পাব। এলাহ ত্যাগ কৰিলে সফলতা নিশ্চিত।

বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ কাম-কাজৰ প্ৰতি নিষ্ঠাবান হ’লে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব।কষ্ট কৰিলে ফল পাবই পাব। কুবেৰ দেৱতাৰ আশীৰ্বাদত তেওঁলোকৰ কষ্ট অথলে নাযায় আৰু আৰ্থিক অনাটন দূৰ হৈ ঘৰখনলৈ সুখ-শান্তি, টকা-পইচাৰ আগমন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ