--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বৰ্ষটোৰ শেষৰটো দেওবাৰ৷ এই দিনটোত ৰাজ্যজুৰি চলিছে বনভোজৰ আয়োজন৷ আপোনাৰো মন আছে নেকি বনভোজ খাবলৈ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত বনভোজ স্থলীত বনভোজ খাই আনন্দ উৎসৱ কৰাৰ মন আছে নেকি আপোনাৰ ?

পিছে এই ঠাইলৈ অহাৰ আগত আপুনি হ'ব লাগিব সাৱধান৷ কাৰণ অহা পথতেই আপোনাৰ যাত্ৰাক নাকী লগাৱলৈ ৰখি আছে একাংশ৷ বজাৰ সমাৰৰ লগতে মোটা মূল্যৰ নগদ ধন লৈ আহিলেহে আপুনি পাৰ কৰিব পাৰিব প্ৰবেশদ্বাৰ৷ নহ'লে বন বিভাগে লগোৱা গেটৰ সন্মুখতে আপোনাৰ পিকনিক খোৱাৰ আনন্দও শেষ হ'ব ।

আজি বছৰটোৰ শেষৰটো দেওবাৰ । উখল মাখল হৈ আছে ৰাজ্যৰ বনভোজস্থলীসমূহ । পিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত বনভোজ খাবলৈ অহা দলৰ মাজত আনন্দৰ পৰিবৰ্তে দেখা দিছে অসন্তুষ্টি । কলিয়াভোমোৰা দলঙৰ তলত চুলুং বালিচৰত বনভোজকাৰী দলৰ পৰা উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰিছে প্ৰৱেশ মাচুল । ডাঙৰৰ বাবে পঞ্চাশ টকা সৰুৰ বাবে পঁচিছ টকা মাচুল নিধাৰণ কৰিছে উদ্যান কৰ্তৃপক্ষই । এই লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বনভোজকাৰী দলে । উদ্যান কৰ্তৃপক্ষই লগোৱা প্ৰৱেশদ্বাৰতেই সন্মুখতে শেষ হয় বনভোজৰ আনন্দ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ