--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আপুনি বাৰু চাট খাবলৈ ভাল পায় নেকি? তেনেহ'লে এই পোষ্টটো আপোনাৰ বাবে। আজিৰ সময়ত চাট খাই বেয়া পোৱা লোক হয়তো বহুত কম ওলাব। ফুৰিবলৈ গ'লে বা কলেজৰ পৰা ওলালেই হওক নতুবা অফিচৰ পৰা ঘৰলৈ ঘূৰি আহোতে পথৰ দাঁতিত থকা চাট হাউচখনত এবাৰ হ'লও ভুমুকি মৰা যায়৷ য'ত আমি সকলোৱে নান প্ৰকাৰৰ চাটৰ সোৱাদ লওঁ। দহি ফোচ্কা চাট, আলু টিক্কা চাট, ভেল পুৰী, পকোৰা চাট ইত্যাদি। কিন্তু আপুনি কেতিয়াবা ৰসগোল্লা চাটৰ সোৱাদ লৈ পাইছেনে ? যদি আপুনি আজিলৈ খায় পোৱা নাই, তেনেহ'লে আজিয়েই ঘৰত বনাওক আৰু সোৱাদ লওক এই বিশেষ চাটবিধৰ৷

শেহতীয়াকৈ ৰসগোল্লা চাট বনোৱা কৰা এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত উল্লেখ কৰা মতে, এই চাটটো সকলোৰে ঘৰত থকা উপাদানেৰে তৈয়াৰ কৰিব পাৰি। ভিডিঅ'টোত ৰসগোল্লাচাট বনোৱাৰ প্ৰদ্ধতিও দেখুৱাইছে৷ প্ৰদ্ধতি অনুসৰি,

ৰস উলিয়াই এটা বাটিত ৰসগোল্লাটো লওক। বাটিটোত চাট মচলা, চাটনি, টেঙা দৈ লৈ ওপৰৰ পৰা অকমান নিমখ ছটিয়াই দিয়ক। লগতে সজাবলৈ বাদাম, কাজুবাদাম আৰু কিচমিচো মিহলাই দিয়ক৷ তাৰপাছত আপুনি জুটি লওক ৰসগোল্লা চাটৰ৷ বৰ্তমান ছ'চিয়েল মিডিয়াত ৰসগোল্লা চাটৰ এই ভিঢিঅ'টোই লাভ কৰিছে জনপ্ৰিয়তাৰ। এই চাটটো কেনেকৈ খাব!তাৰ ওপৰতো বহুতে দিছে পৰামৰ্শ৷ কিছুমানৰ মতে এই ৰসগোল্লা চাটত চীজ আৰু মাখন যোগ দি ও সুস্বাদু কৰি তুলিব পাৰে। আনকিছুমানৰ মতে অধিক জলকীয়াৰ মিশ্ৰণ ঘটাইয়ো কৰিব পাৰে সুস্বাদু৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?