--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই ১৪টা ফিক্স ড’জ কম্বিনেশ্যন তথা ‘ককটেল ঔষধ’ নিষিদ্ধ কৰিছে। ককটেল ঔষধে সাধাৰণতে এটা ঔষধৰ মাজত বহুতো ঔষধৰ সংমিশ্ৰণক বুজায়। কিন্তু বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি দেখিছে যে এইসমূহ ঔষধ ৰোগীৰ বাবে বিপদজনক। তাৰ কেন্দ্ৰীয় চৰকাৰে এই ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে কমিটীয়ে এই ঔষধৰ ‘ককটেল’ক ক্ষতিকাৰক আৰু ভেষজ ন্যায্যতাৰ অভাৱ বুলি অভিহিত কৰিছে। ইয়াত সাধাৰণ সংক্ৰমণ, চৰ্দি-কাহ আৰু জ্বৰ নিৰাময়ৰ ঔষধ আছে। নিমেছুলাইড+ পেৰাচিটামল সংমিশ্ৰিত টেবলেট, এমোক্সিচিলিন+ব্ৰমহেক্সিনৰ দৰে ককটেলসমূহ এই তালিকাত আছে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত দেশত বহুলভাৱে ব্যৱহৃত ৪৮টা ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছিল। তাৰ ভিতৰত হাৰ্টৰ ঔষধ, ডায়েবেটিছ, প্ৰেচাৰৰ পৰা মাল্টিভিটামিন আদি ঔষধ আছিল। পৰীক্ষা কৰি দেখা গৈছিল যে ঔষধৰ উপাদানসমূহত গোলমাল আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ