--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডায়েবেটিছ ৰোগীক সাধাৰনতে ব্ৰত পালন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। কিন্তু প্ৰায় মানুহ বিভ্ৰান্তিত থাকে যে এজন ডায়েবেটিছ ৰোগীয়ে নৱৰাত্ৰি ব্ৰত পালন কৰিব লাগে নে নাই? আচলতে ব্ৰত কেৱল বিশ্বাসৰ বিষয়ে নহয় ই স্বাস্থ্যৰ সৈতেও জড়িত।


‘ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া’ৰ মতে, ‘মেটাবলিক চিনড্ৰম’ ৰোগীক উপবাসে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, এতিয়া প্ৰশ্ন উত্থাপনহয় যে মেটাবলিক চিণ্ড্ৰম কি? আচলতে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবে শৰীৰত তেজৰ চেনিৰ মাত্ৰা, ৰক্তচাপ আৰু কলেষ্টেৰল ভাৰসাম্যহীন হৈ পৰা প্ৰক্ৰিয়াকে মেটাবলিক চিনড্ৰম বোলা হয় ৷ ইয়াৰ উপৰিও ই ডায়েবেটিছ আৰু হৃদৰোগৰ সৃষ্টি কৰে। 

Making Life Easier and Smoother for Diabetic Patients - HOSPITALS MAGAZINE

উপবাস কৰিলে ঔষধে ভালদৰে কাম কৰে। ১৭ ঘণ্টা উপবাসে থকাৰ পিছতো গ্লুক’জৰ মাত্ৰা নিখুঁত হৈ থাকে। পেট যিমানেই খালী হয় সিমানেই অগ্নাশয় সক্ৰিয় হৈ থাকে। লগতে ই তেজৰ চেনি হ্ৰাস কৰাত সহায় কৰে আৰু লগতে যকৃত, পেশী আৰু তেজে ভালদৰে কাম কৰে।

যদি আপুনি ডায়েবেটিছ ৰোগী আৰু আপোনাৰ চেনিৰ মাত্ৰা কম তেন্তে উপবাসৰ সময়ত গ্লুক’জৰ মাত্ৰা আৰু অধিক হ্ৰাস পাব পাৰে। ইয়াৰ ফলত ঘাম ওলাব,হাত-ভৰি কঁপিব আৰু শৰীৰে দুৰ্বলতা অনুভৱ কৰে।

ডায়েবেটিছ ৰোগীয়ে যেতিয়া উপবাস কৰে তেতিয়া আপোনালোকে কিছুমান বিশেষ যত্ন ল’ব লাগে। যেনে, উপবাসৰ সময়ত বমি, চকুৰে ভালদৰে মনিব নোৱাৰা অক্ষমতা, ওজন কমি যোৱা, ঘা ভাল নোহোৱা, অত্যধিক প্ৰস্ৰাৱ কৰা, এইবোৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ পৰা আপুনি বুজিব লাগিব যে আপুনি ব্ৰত ৰাখিব নালাগে।

Navratri Diet For Diabetes Patient: Here's How To Keep Your Blood Sugar  Levels In Check | OnlyMyHealth

ডায়েবেটিছ ৰোগীসকলে উপবাসৰ সময়ত খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন ল’ব লাগে। ইয়াৰ বাবে আপুনি প্ৰচুৰ পৰিমাণে আঁহ, প্ৰটিন, আদি থকা খাদ্য খাব লাগে, যাৰ ফলত শৰীৰত দুৰ্বলতা অনুভৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?