--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: পুনৰ ৰে’লত আহিব এতিয়া আপোনাৰ পাৰ্চেল৷ পাৰ্চেল কঢ়িয়াবলৈ এতিয়াৰে পৰা ৰে’লৱে বিভাগে লীজত দিব ৰে’লৰ দবা৷ ৮খনকৈ ৰে'লৰ এটাকৈ দবা লীজত দিব ৰে’লৱে বিভাগে৷ ইতিমধ্যে আবেদনৰ বাবে এটা ৱেবছাইট মুকলি কৰি দিছে বিভাগটোৱে৷

www.ireps.gov.inত নিবিদাৰ বাবে আবেদন কৰিব পাৰিব ব্যৱসায়ীয়ে৷ ৰে’লৱে বিভাগৰ পঞ্জীয়নভুক্ত ব্যৱসায়ীয়ে আবেদন কৰিব পাৰিব অনলাইনযোগে৷ সমগ্ৰ দেশৰ পঞ্জীয়নভুক্ত ব্যৱসায়ীৰ বাবে এই সুবিধা প্ৰদান কৰিছে ৰে’লৱে বিভাগে৷

উল্লেখ্য যে, লকডাউনৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল এই নিবিদা ব্যৱস্থা৷ অহা ২৪ নৱেম্বৰত অন্ত পৰিব অনলাইন আবেদনৰ সময়সীমা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ