--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। জ্ঞান, প্ৰজ্ঞা, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা ভগৱান গণেশ। সমগ্ৰ দেশজুৰি গণেশ চতুৰ্থী পালন কৰা হৈছে। ভাদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। এই তাৰিখটো ভগৱান গণেশৰ নামত উচৰ্গা কৰা হৈছে, এই দিনটোতে গণপতি বাপ্পাৰ জন্মদিন উদযাপন কৰা হয়।  হিন্দু শাস্ত্ৰ অনুসৰি গণপতি বাপ্পাৰ জন্ম হৈছিল ভাদ্ৰপদ মাহৰ শুক্ল পক্ষ চতুৰ্থী তিথিত।

গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হোৱাৰ পিছত সম্পূৰ্ণ ১০ দিনৰ বাবে গণেশ উৎসৱ উদযাপন কৰা হয়।  গণেশ চতুৰ্থী তিথিৰ দিনা মানুহে শুভ সময়ত ভগৱান গণেশক নিজৰ ঘৰত প্ৰতিষ্ঠা কৰে।  ভক্তসকলে ১০ দিন ৰীতি-নীতি অনুসৰি বিঘ্নহৰ্ত গণেশক পূজা কৰে আৰু দশম দিনা তেওঁৰ মূৰ্তি পবিত্ৰ নদী, হ্ৰদ বা সাগৰত বিসৰ্জন কৰে।

ভাৰতত গণেশোৎসৱ অতি ধুমধামেৰে পালন কৰা হয়।  গণেশ চতুৰ্থীৰ মহিমা সকলোতে দেখা যায়।  গণেশ চতুৰ্থীৰ দিনা ব্ৰত ৰাখি মানুহে তেওঁক পূজা কৰে।

গণেশৰ বাহন নিগনি। গণেশ চতুৰ্থীৰ দিনা নিগনি দেখিলে কি হয় জানেনে?

গণেশ চতুৰ্থীৰ দিনা যদি নিগনি এটা ঘৰৰ পৰা ওলাই যোৱা দেখা পায়, তেন্তে ই শুভ লক্ষণ।  জ্যোতিষশাস্ত্ৰৰ মতে, নিগনি ওলাই যোৱা দেখা মানে নিগনিটোৱে ঘৰখনৰ দৰিদ্ৰতা, অপায়-অমংগল নিজৰ লগত লৈ যায় আৰু ঘৰখনত এৰি থৈ যায় সুখ, শান্তি আৰু সমৃদ্ধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ