--°C
Loading...
Listen to Article
2 min read
80%
২৮/০৮/২৪, বুধবাৰ


মেষ- স্বাস্থ্য ভালে থাকিব।ব্যৱসায়ত লাভ। কাৰোৰে লগত তৰ্ক নকৰিব। সন্তানৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব। অগ্নিৰ পৰা দূৰত থাকিব। 

বৃষ- ঘৰলৈ নতুন বস্তু আহিব। স্বাস্থ্য ভালে থাকিব। সংসাৰত শুভ। কৰ্ম স্থানত অশান্তি। প্ৰেমত মংগল।ভাল খবৰ লাভ কৰিব। 

মিথুন- যিকোনো অভাৱ দূৰ হ’ব । পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। হাতলৈ আকস্মিক ধন আহিব পাৰে। 

কৰ্কট- কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। হতাশা আহিব। পঢ়াত মধ্যম। ৰাজনীতিৰ বাবে দিনটো শুভ। কুকুৰৰ পৰা দূৰত থাকিব।

সিংহ- সাৱধান হওক। পৰিয়ালৰ প্ৰতি যত্ন লওঁক। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নিজক সুখী ৰাখিবলে চেষ্টা কৰক। মনৰ আশা পুৰণ হ’ব পাৰে।

কন্যা- মনত দুখ পাব। প্ৰেমত বাধা। দুপৰীয়াৰ পিছত স্বাস্থ্য কিছু ভালে নাযাব।  পুৰণি পৰিকল্পনা সম্পূৰ্ণ হ’ব।

তুলা- কামৰ প্ৰতি দায়বদ্ধতা থাকিব। ঘৰৰ পৰা ওলাই যাওঁতে সাৱধানে যাওক। পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে। প্ৰেমত সম্পৰ্ক ভাল হ’ব। 

বৃশ্চিক- আমদানি-ৰপ্তানিৰ কাম কৰা লোক সকল উপকৃত হ’ব। আনৰ আবেগক শ্ৰদ্ধা কৰক। খৰছৰ মাত্ৰ কম কৰক। ধৰ্মীয় স্থান ভ্ৰমণৰ সম্ভাৱনা আছে। 

ধনু- ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। ব্যৱসায়ীৰ বাবে লোকচানৰ দিন । মনটো অসুখী হ’ব। পেটৰ বিষত ভুগিব পাৰে। 

মকৰ- বেপাৰ-বাণিজ্যত মধ্যম। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব।মানসিক চিন্তা বাঢ়িব। পানী জমা হোৱা ঠাইৰ পৰা আঁতৰি থাকিব। কথা কোৱাৰ ক্ষেত্ৰত সংযম হ’ব। 

কুম্ভ-  হাতত থকা ধন হেৰুৱাব পাৰে।  খং কমাব। অন্যথা লোকচান আপোনাৰ হ’ব। গাড়ীৰ পৰা সাৱধানে থাকিব।বুকুৰ বিষ হ’ব পাৰে।

মীন- কৰ্মত উন্নতি। অহংকাৰ নকৰিব। ভ্ৰমণৰ যোগ। স্বাস্থ্য উন্নত। প্ৰেমত শান্তি। পতি-পত্নীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। আলহী অহাৰ সম্ভাৱনা অধিক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ