--°C
Loading...
Listen to Article
2 min read
80%
২৫/০৮/২৪, দেওবাৰ


মেষ- ব্যৱসায়ত লাভ। ঘৰলৈ নতুন বস্তু আহিব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কাৰোৰে লগত তৰ্ক নকৰিব। সন্তানৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব। 

বৃষ- ভাল খবৰ লাভ কৰিব।স্বাস্থ্য ভালে থাকিব। সংসাৰত শুভ। কৰ্ম স্থানত অশান্তি। প্ৰেমত মংগল।

মিথুন- যিকোনো অভাৱ দূৰ হ’ব । আলহী অহাৰ সম্ভাৱনা অধিক। অগ্নিৰ পৰা দূৰত থাকিব। হাতলৈ আকস্মিক ধন আহিব পাৰে। প্ৰেমত বাধা।

কৰ্কট- কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। হতাশা আহিব। পঢ়াত মধ্যম। ৰাজনীতিৰ বাবে দিনটো শুভ। কুকুৰৰ পৰা দূৰত থাকিব।

সিংহ- সাৱধান হওক। পৰিয়ালৰ প্ৰতি যত্ন লওঁক। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নিজক সুখী ৰাখিবলে চেষ্টা কৰক। মনৰ আশা পুৰণ হ’ব পাৰে।

কন্যা- মনত দুখ পাব। মানসিক চিন্তা বাঢ়িব। দুপৰীয়াৰ পিছত স্বাস্থ্য কিছু ভালে নাযাব। পতি-পত্নীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। পুৰণি পৰিকল্পনা সম্পূৰ্ণ হ’ব।

তুলা-  ঘৰৰ পৰা ওলাই যাওঁতে সাৱধানে যাওক। পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে। প্ৰেমত সম্পৰ্ক ভাল হ’ব। 

বৃশ্চিক- আমদানি-ৰপ্তানিৰ কাম কৰা লোক সকল উপকৃত হ’ব। আনৰ আবেগক শ্ৰদ্ধা কৰক। খৰছৰ মাত্ৰ কম কৰক। ধৰ্মীয় স্থান ভ্ৰমণৰ সম্ভাৱনা আছে। 

ধনু- ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। ব্যৱসায়ীৰ বাবে লোকচানৰ দিন । মনটো অসুখী হ’ব। পেটৰ বিষত ভুগিব পাৰে। 

মকৰ- কৰ্মস্থানত প্ৰশংসা পাব। বেপাৰ-বাণিজ্যত মধ্যম। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। বুকুৰ বিষ হ’ব পাৰে। পানী জমা হোৱা ঠাইৰ পৰা আঁতৰি থাকিব। কথা কোৱাৰ ক্ষেত্ৰত সংযম হ’ব। 

কুম্ভ-  হাতত থকা ধন হেৰুৱাব পাৰে। অহংকাৰ নকৰিব। নহ'লে কোনো কামৰ সমাধান নহ’ব। খং কমাব। অন্যথা লোকচান আপোনাৰ হ’ব। গাড়ীৰ পৰা সাৱধানে থাকিব।

মীন- কৰ্মত উন্নতি। কামৰ প্ৰতি দায়বদ্ধতা থাকিব। ভ্ৰমণৰ যোগ। গণেশৰ আৰাধনা কৰক। স্বাস্থ্য উন্নত। প্ৰেমত শান্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ