--°C
Loading...
Listen to Article
2 min read
80%

১৫ পুহ, শুক্ৰবাৰ, ইং ৩১ ডিচেম্বৰ

১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব, আয় বাঢ়িব, লগতে কৰ্মক্ষত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাৱ পাৰে।

৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

৪. কৰ্কট ৰাশি( ড,হ) : কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব, লগতে আজি আপোনাৰ মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : কন্যাৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে ঘৰুৱা দিশত সামান্য মনোমালিন্য হ'ব পাৰে, কন্যাৰ লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, উত্তম খাদ্য গ্ৰহণৰ সুযোগ লাভ কৰি , যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খং ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উকীল সকলৰ শুভ হ'ব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত দ্বায়িত্ব বাঢ়িব, কৰ্মত যশস্যা বাঢ়িব,যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত সন্মান লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ৰোগাৰোগ্য হ'ব যদিও আজি সজাগ নহ'লে শিল্পী সকলে সামান্য কষ্ট পাৱ পাৰে লগতে সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি( দ,চ) : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পদ লাভ হ'ব, যদিও আজি আপোনাৰ আজি কৰ্মৰ প্ৰতি সামান্য অৱহেলাৰ ভাৱ বাঢ়িব পাৰে, লগতে মনত সামান্য অহংকাৰী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ