--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মানুহৰ ওপৰত ৰঙে  বিশেষভাবে  প্ৰভাৱ পেলায়। বহু লোকৰ ক্ষেত্ৰত উজ্জ্বল ৰঙে মনৰ প্ৰফুল্লতা বৃদ্ধি কৰে।  মানুহৰ ব্যক্তিত্বত ৰঙৰ প্ৰভাৱ পৰে। এয়া এক বিজ্ঞানসন্মত কথা আৰু ফেংছুইৰ মতেও প্ৰত্যেকটো ৰঙৰেই নিজা  নিজা অৰ্থ আছে। জানো আহক কি ৰঙৰ কেনে প্ৰভাৱ পৰিব পাৰে আমাৰ ওপৰত৷

নীলা ৰংঃ নীলা ৰং হৈছে পুৰুষত্ব, বীৰত্ব আৰু শক্তিৰ প্ৰতীক। এই ৰঙে মানুহৰ মনত সাহস সৃষ্টি কৰে আৰু মানুহক বিভিন্ন কামত প্ৰবৃত্ত হ'বলৈ উদ্যমী কৰি তোলে। নীলা ৰঙে মানুহক ইন্দ্ৰিয় দমনৰ শক্তি প্ৰদান কৰে । নীলা ৰং হৈছে গভীৰতা আৰু বিশালতাৰ প্ৰতীক। নীলা ৰং সমগ্ৰ আকাশজুৰি বিয়পি আছে। একেদৰে মহাসমুদ্ৰৰ মহাজলৰাশিও নীলা ৰঙৰ হয় ।নীলা ৰঙে মানুহক স্বাৰ্থপৰ, সন্দেবাদী কৰি তোলে৷ বিষাদ ভাবৰ উদ্ৰেক ঘটায়৷

ৰঙা ৰংঃ ৰঙা ৰঙে মানুহক উৎসাহী আৰু উদ্যমী কৰি তোলে। এই ৰঙে মানুহক শক্তি যোগায়।ৰঙা  মানুহক আৱেগপ্ৰৱণ কৰি তোলে, অধৈর্য কৰি তোলে আৰু স্বাৰ্থপৰ কৰি তোলে।

কমলা ৰংঃমানুহৰ সৈতে আত্মীয়তা বৃদ্ধি, বন্ধু বৃদ্ধি ।  এই ৰঙে মানুহক উদত্ত কৰে তথা আলস্য ভাবৰ উদ্রেক ঘটায়
সেউজীয়া ৰঙৰ শুভ প্রভাব : সেউজীয়া ৰঙে মানুহক সৃষ্টিশীল কৰাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাত সহায় কৰে। স্পৰ্শকাতৰতা তথা বিনয়ৰ ভাব জগাই তোলে।

বেঙুনীয়া ৰং : বেঙুনীয়া ৰঙে মানুহৰ মনক আধ্যাত্মিক কৰি তোলে, যিকোনো কথা সহজে মানি লোৱাৰ গুণ বৃদ্ধি কৰে। আদর্শবান কৰি তোলে, তদুপৰি মানুহক ৰসাল কৰি তোলে ।

বগা ৰং : বগা ৰঙে মানুহৰ মন আধ্যাত্মিক ভাবনাৰে তৰাই তোলে। এই ৰঙে মানুহক দানশীল, উদাৰ কৰি তোলে ।

হালধীয়া ৰং  : হালধীয়া ৰঙে মানুহৰ সৃষ্টিশীলতা বৃদ্ধি কৰে। জ্ঞান লাভৰ প্ৰতি আগ্ৰহী কৰি তোলে, একাগ্ৰতা বৃদ্ধি কৰে, কৌতূহলী কৰি তোলে, ভোগ বিলাসৰ প্ৰতি আকৰ্ষিত কৰি তোলে। যুক্তি বুদ্ধিৰ উৎকৰ্ষ সাধন কৰে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ