--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাগালেণ্ডত ভয়ংকৰ অঘটন। নাগালেণ্ডৰ মন জিলাত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত ৬জন লোক নিহত হোৱাৰ লগতে ২জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খৱৰ পোৱা গৈছে। নাগালেণ্ডৰ মন জিলাৰ টিৰু গাঁৱৰ সমীপৰ কোনো এক স্থানত এই ঘটনা সংঘটিত হৈছে।

টিৰু গাঁৱৰ পৰা শ্ৰমিকৰ এটা দল পিক আপ বাহনত আহি থকা সময়তে এই ঘটনা সংঘটিত হৈছে। কোনো অচিনাক্ত দুৰ্বৃত্তই বাহনখনলৈ নিৰ্বিচাৰে গুলীচালনা কৰে। ফলত এইদৰে ৬জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে ২জন আহত হয়।

আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ লগতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন