--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেছিভাগ ঘৰতে ৰন্ধা-বঢ়াৰ বাবে সাধাৰণ নিমখ ব্যৱহাৰ কৰা হয়। আমাৰ শৰীৰৰ বাবে নিমখ অতি গুৰুত্বপূৰ্ণ যিয়ে আমাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখে। ছডিয়ামযুক্ত নিমখ খালে গ’ইট্ৰে নামৰ ৰোগ নহয়। সাধাৰণ নিমখতকৈ ক’লা নিমখ অধিক ফলপ্ৰসূ। ইয়াৰ ব্যৱহাৰে পেটৰ লগত জড়িত বমি, এচিডিটি আৰু কোষ্ঠকাঠিন্য আদি সমস্যা দূৰত থাকে। ক’লা নিমখত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায় যিয়ে শৰীৰক বিপজ্জনক বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে।

ক’লা নিমখৰ উপকাৰিতা

১) আজিকালিৰ খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ বাবে পেটত কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে বহু সমস্যা দেখা যায়। ক’লা নিমখে পেট সোনকালে পৰিষ্কাৰ কৰে আৰু কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ পৰা মুক্তি দিয়ে। 

২) ক’লা নিমখে পাচনতন্ত্ৰ সংশোধন কৰি শৰীৰৰ চৰ্বি কমোৱাৰ কামো কৰে। ইয়াৰ কাৰণে ওজন দ্ৰুতগতিত কমি যায়।

৩) ক’লা নিমখত বহু ধৰণৰ পুষ্টি আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ দৈনিক সেৱনে হাড়ক উপকৃত কৰাৰ লগতে হাড়ক মজবুত কৰে। 

৪) ক’লা নিমখে ডায়েবেটিছ ৰোগীক অধিক উপকাৰ দিয়ে। ইয়াৰ সেৱনে ছুগাৰৰ সমস্যা হ্ৰাস কৰে।

৫) বেয়া জীৱনশৈলীৰ বাবে মানুহৰ মাজত ৰক্তচাপৰ সমস্যা সাধাৰণ হৈ পৰিছে। ইয়াৰ বাবেই হঠাতে ৰক্তচাপৰ উঠা-নমাৰ ফলত মাৰাত্মক বিপদৰ আশংকা দেখা যায়। ক’লা নিমখ খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহজ হয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত