--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ৰূপত এইবাৰ এগৰাকী ভাৰতীয়৷ ভাৰতত জন্মগ্ৰহণ কৰা পৰাগ আগৰৱালে সোমবাৰে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰে৷ টুইটাৰৰ কাৰ্যাবাহী বিষয়া জেক ডচীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই এই দায়িত্ব গ্ৰহণ কৰে পৰাগে৷ বিবিচিৰ প্ৰতিবেদন অনুসৰি, জেক ডৰ্চী ছান ফ্ৰাঞ্চিস্কোৰ মুখ্য কাৰ্যালয়ৰ মাইক্ৰ'ব্লগিং প্লেটফৰ্মৰ শীৰ্ষত ১৬ বছৰৰ ধৰি কৰ্মৰত হৈ আছিল৷ তেওঁ টুইটাৰৰ উপৰিও স্কোৱেৰৰো মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাম কৰি আহিছিল৷ টুইটাৰৰ ফালৰ পৰা জানিব পৰা মতে, জেক ডৰ্চীয়ে কোম্পানীৰ বৰ্ড অফ মেম্বাৰ ৰূপে কেৱল ২০২২ চনৰ শেষলৈকেহে থাকিব৷ ইতিমধ্য়ৈ তেও মুখ্যকাৰ্যবাহী সদস্যৰ পৰা পদত্যাগ কৰিছে৷

ভাৰতত জন্ম গ্ৰহণ কৰা পৰাগে টুইটাৰৰ মুখ্য কাৰ্যনিৰ্বাহক পদত অধিস্থিত হোৱাৰ পাছতে এই খবৰে সকলোকে আনন্দিত আৰু গৌৰবানিত্ব কৰি তুলিছে৷ ইয়াৰ আগতে আইআইটি-বোম্বাই আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আগৰৱালই টুইটাৰৰ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কাম আহিছিল৷ টুইটাৰৰ আটাইতকৈ শক্তিশালী ব্যক্তি দুজন এতিয়া ভাৰতত জন্মগ্ৰহণ কৰা হ'ব- আনজন হ'ল ইয়াৰ নীতি আৰু সুৰক্ষাৰ মুখ্য সঞ্চালক বিজয়া গাদ্দে।

পৰাগ আগৰৱালাই বৃহৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ নেতৃত্ব দিবলৈ আইবিএমৰ অৰবিন্দ কৃষ্ণা, গুগলৰ সুন্দৰ পিচাই আৰু মাইক্ৰছফ্টৰ সত্য নাদেলাৰ দৰে কেইবাজনো ভাৰতত জন্মগ্ৰহণ কৰা কাৰ্যবাহীৰ লীগত যোগদান কৰিব বুলিও জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু