--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখীবন্ধন হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ। এই দিনটো ভাই-ভগ্নীৰ একতা আৰু ভালপোৱাৰ দিন হিচাপে গণ্য কৰা হয়। 

এই বিশেষ দিনটোত ভগ্নীসকলে মৰমেৰে ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে আৰু ভাতৃজনে ভগ্নীক কিছু উপহাৰ দিয়ে। ৰাখী বান্ধি থাকোঁতে বাই-ভনীসকলে কিছুমান বিশেষ নিয়ম মনত ৰাখিব লাগিব, যাতে ভাল ফলাফল পায়।

সনাতন ধৰ্মৰ পৰম্পৰা অনুসৰি এই দিনটোতে দেৱী লক্ষ্মীয়ে অসুৰ ৰজা বলিক ৰাখী বান্ধি নিজৰ ভাতৃ হিচাপে মানি লৈছিল।
ৰাখীবন্ধনত বন্ধা এই ৰাখী কেৱল এটা সাধাৰণ সূতা নহয়, ই ভাই-ভগ্নীৰ সম্পৰ্কৰ অবিচ্ছেদ্য বান্ধোনৰো প্ৰতীক। এই দিনটোত ভগ্নীসকলে ভাতৃৰ আৰতি কৰি তেওঁৰ কপালত তিলক প্ৰদান কৰে। ইয়াৰ পিছত ভাতৃৰ হাতত ৰাখী বা ৰক্ষাসূত্ৰ বান্ধি দিয়া হয় প্ৰেমৰ প্ৰতীক আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনাৰ জৰী হিচাপে। লগতে জেষ্ঠ বা কনিষ্ঠ ভাতৃয়ে নিজৰ ভনীয়েক বা বায়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

১৯ আগষ্ট ২০২৪ৰ পৰা পুৱা ০৩:০৪ বজাৰ (শাওণ মাহৰ পূৰ্ণিমা তিথি) পৰা লগ্ন আৰম্ভ হৈছে। এই লগ্ন অন্ত পৰিব ১৯ আগষ্ট, ২০২৪ নিশা ১১:৫৫ বজাত। সেয়ে ১৯ আগষ্ট সোমবাৰে উদযাপন কৰা হ’ব ৰক্ষাবন্ধন উৎসৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ