--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৫০০ হাজাৰ বছৰ আগতেই চাণক্যই লিখি থৈ গৈছে মাুহৰ জীৱন যাত্ৰাত কামত আহিব পৰাকৈ বহু অমূল্যবাণী৷ চাণ্যকৰ নীতি হিচাবে সমগ্ৰ বিশ্বতে জনাজাত সেই কথাবোৰৰ ভিতৰৰে বহুতৰে প্ৰাসংগিকতা এতিয়াও আছে৷ অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিত চাণক্যৰ বহু নীতি এতিয়া অসাৰ যেনো হৈ পৰিছে৷ যিকিনহওঁক, আচাৰ্য চাণক্যই পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্ক আৰু তেওঁলোকৰ দোষৰ বিষয়েও লিখি থৈ গৈছে।চাণক্যৰ মতে পুৰুষতকৈ নাৰীৰ কামনাৰ ভাব আঠগুণ বেছি । কিন্তু সেয়া নাৰীয়ে প্ৰকাশ নকৰে৷  

পুৰুষতকৈ লাজ আৰু সহনশীলতা অধিক হোৱাৰ বাবেই  নাৰীয়ে নিজৰ ভিতৰত থকা কামনাৰ ভাব  প্ৰকাশ নকৰে৷ ইয়াৰ উপৰি নাৰীসকল পুৰুষতকৈ বেছি  সংস্কাৰী হোৱা বাবেই তেওঁলোকে কাম ভাব অবদমন কৰি ৰাখে৷ চাণক্যই মহিলাৰ ভোক, লাজ, সাহস আৰু কাম কৰাৰ আকাংক্ষাৰ বিষয়েও কৈ গৈছে। তেওঁৰ মতে  চাৰিটা বস্তু পুৰুষতকৈ মহিলাৰ বেছি থাকে। মহিলাসকল পুৰুষতকৈ বেছি ভোকাতুৰ। তেওঁলোকৰ আনকি অধিক সাহসো আছে।মহিলাগৰাকীৰ  লাজ পুৰুষতকৈ  চাৰিগুণ বেছি। সাহস  ছয় গুণ বেছি৷
  
আচাৰ্য চাণক্যই মহিলাৰ শক্তিৰ বিষয়ে কৈছে । নাৰী পুৰুষৰ তুলনাত দুগুণ ভোকাতুৰ। অৱশ্যে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত, এয়া  অসত্য যেন লাগিব পাৰে। কাৰণ এতিয়া নাৰীসকলৰ  জীৱনশৈলী সলনি হৈছে। বহুতে ডায়েটিং কৰিবলৈ  আৰম্ভ কৰিছে। 
 
বহুতে  কয় যে মহিলাসকল ভয়াতুৰ। অৱশ্যে, আচাৰ্যই কৈছে  যে পুৰুষতকৈ মহিলাসকলৰ সাহস ছয় গুণ বেছি। সেইকাৰণে মহিলাসকলক শক্তি হিচাপে পূজা কৰা হয়। 
(বিঃদ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত৷ ইয়াত প্ৰাগ নিউজ ডিজিটেলৰ নিজস্ব মতামত প্ৰতিফলিত হোৱা নাই)







FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ