--°C
Loading...
Listen to Article
2 min read
80%

ধিং : 'সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত হিংসা হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাৰ’- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ৷ যাৰ বাবে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে ৰকিবুল৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে হিমন্তই গৌৰব গগৈক কটাক্ষ কৰি মন্তব্য আগবঢ়াইছিল৷

আৰু পঢ়িব পাৰিব : মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰিওজন যুৱকৰ মৃত্যু 

তেওঁ কৈছিল, ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ পৰিপক্ক নহয়৷' এই সন্দৰ্ভত আজি ওভতি ধৰে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে৷সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ সক্ৰিয়তাৰ লগতে জনপ্ৰিয়তাত হিংসা কৰিছে, যাৰ বাবে গৌৰৱৰ বিৰুদ্ধে শৰ্মাই তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে৷

আৰু পঢ়িব পাৰিব : ধৰ্মীয় অনুভূতিত আঘাত! কমেডিয়ান মুনাৱৰ ফাৰুকীৰ জামিন নাকচ

অন্যহাতে মহাজোঁটৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টো বৰ্তমানে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি কোৱাৰ লগতে আগন্তুক নিৰ্বাচনত মহাজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক