--°C
Loading...
Listen to Article
2 min read
80%

বকো : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো৷ আজি বকোত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ বকোত পৃষ্ঠাপ্ৰমুখ সন্মিলনেৰে শক্তি প্ৰদৰ্শন বিজেপিৰ৷ ২ শতাধিক কংগ্ৰেছীয়ে যোগদান কৰে বিজেপিত৷ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৪৮নং বকো বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে বিজেপি'ৰ সভাপতিগৰাকীয়ে।

আৰু পঢ়িব পাৰিব :১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা

বকোৰ গান্ধী ময়দান প্ৰাংগণত অনুষ্ঠিত পৃষ্ঠাপ্ৰমুখ সন্মিলন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইবাৰ বকোত বিজেপিৰ ধ্বজা উৰুৱাবই বুলি সংকল্প লয়। সংখ্যালঘু সকলো ৰাইজক টাৰ্গেট কৰি সভাপতি গৰাকীয়ে একগোট হোৱাৰ বাবে আহ্বান জনায়।

আৰু পঢ়িব পাৰিব :বৰষাৰাণীৰ ধমকত সভাৰ পৰা পলাল ধৰ্মকান্ত !

এইখন সন্মিলনত ৫৩নং কিচমত কাঠমী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি গিয়াছুদ্দিন আহমেদসহ দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। একেদৰে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক পদ্মলোচন ৰাভা আৰু সদস্য খনিদ্ৰ দাসেও একেখন মঞ্চত বিজেপি দলত যোগদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক