--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয়সকলৰ বাবে দৈনন্দিন জীৱনত চাউল এক অপৰিহাৰ্য খাদ্য ৷ বজাৰত বিভিন্ন প্ৰকাৰৰ চাউল পোৱা যায় । কিছুমান চাউল সুলভ আৰু কিছুমান ব্যয়বহুল ৷ তাৰ পৰা, আমি আমাৰ বাজেট আৰু প্ৰয়োজনীয়তা অনুসৰি চাউলৰ বাছনি কৰোঁ। বজাৰত উপলব্ধ বিভিন্ন জাতৰ বাছমতী আৰু অন্যান্য চাউল অনুসৰি হাৰ নিৰ্ধাৰণ কৰা হয়। কিন্তু আপুনি জানেনে এনেকুৱা চাউলো আছে যাৰ প্ৰতি কেজিৰ দাম জানি আপুনি আচৰিত হ’ব ৷


World's most expensive rice varieties

জাপানত উৎপাদিত কিনমেই ধান বিশ্বৰ ভিতৰতে আটাইতকৈ দামী চাউল ইয়াৰ মূল্য প্ৰতি কেজি ১৫ হাজাৰ টকা। এই চাউলৰ এক কেজিৰ মূল্য ১৫ হাজাৰ টকা। এক প্ৰতিবেদন অনুসৰি এই চাউল ৰন্ধাৰ আগতে ধুই লোৱাৰ প্ৰয়োজন নাই। ই পানী ৰাহি কৰে, ১৯৬১ চনত স্থাপিত হোৱা এই চাউলৰ একমাত্ৰ উৎপাদক টয়ো ৰাইচ কৰ্পৰেশ্যন।

PHOTOS: This Saudi rice is world's most expensive


জাপানীজ কিনমেই চাউল সমগ্ৰ বিশ্বতে প্ৰিমিয়াম চাউল বুলি জনা যায়। ইয়াৰ অনন্য উৎপাদন প্ৰযুক্তি সোৱাদত আচৰিত আৰু স্বাস্থ্যৰ বাবেও ভাল। এই চাউল পেটেণ্ট কিনমেমাই পদ্ধতি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।ভাত খায় ভালপোৱা আৰু স্বাস্থ্য সচেতন লোক উভয়ৰে বাবে ই অতি উত্তম ।


PHOTOS: This Saudi rice is world's most expensive

কিনমেইৰ বগা আৰু বাদামী চাউল দুয়োটাই কোমল পলিচিং প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ কৰা হয়। কোম্পানীটোৰ মতে, কিনমেই বেটাৰ হোৱাইটে নিয়মীয়া চাউলৰ তুলনাত ১.৮ গুণ বেছি আঁহ আৰু সাতগুণ বেছি ভিটামিন বি  প্ৰদান কৰে ইয়াৰ উপৰিও ইয়াত ছয়গুণ বেছি লিপ’পলিচেকাৰাইড থাকে, যিটো প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই ফ্লু, সংক্ৰমণ, কেন্সাৰ আৰু ডিমেনচিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?