--°C
Loading...
Listen to Article
2 min read
80%
মেষ- চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব ।জীৱন সংগীৰ লগত চলি অহা দীঘলীয়া মতভেদ আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। ক’লা সৰিয়হ দান কৰক। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

বৃষ- কৰ্মক্ষেত্ৰত আজি ধন লাভৰ যোগ আছে।সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে।তামসিক আহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

মিথুন- হিংসা আৰু ঘৃণাই আজি আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে । প্ৰিয়জনে আপোনাৰ বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। শুভ সংখ্যা ৮, শুভ ৰং বাদামী।

কৰ্কট- আজি আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব| কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

সিংহ- আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। কোনো মূল্যবান বস্তু হেৰাব পাৰে। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।

কন্যা- অলপ সাৱধান হ’ব। হাতত থকা পইচা অধিক খৰচ হ’ব। সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক । শুভ সংখ্যা ৫, শুভ ৰং মেৰুণ।

তুলা- কোনো নতুন কামৰ লগত জড়িত হোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সবল থাকিব। শুভ সংখ্যা ২, শুভ ৰং গোলপীয়া।

বৃশ্চিক- আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে পাৰ হ’ব। কাৰোবাৰ পৰা অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

ধনু- কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ঘৰলৈ আলহি আহিব পাৰে। জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব।আজি কামৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব৷ শুভ সংখ্যা ৪, শুভ ৰং গাঢ় নীলা।

মকৰ- আয় বাঢ়িব। কোনো কথাত হতাশা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ২, শুভ ৰং কমলা।

কুম্ভ- কৰ্মস্থানত সন্মান লাভ কৰিব। গণেশৰ মন্দিৰত মিঠাই দিলে ভাবি থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮, শুভ ৰং হালধীয়া।

মীন – বিদ্যাত শুভ। স্বাস্থ্য ভালে নাযাবও পাৰে। দাম্পত্য জীৱনত কাজিয়াৰ আশংকা আছে।হাতলৈ পইচা আহিব। শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ