--°C
Loading...
Listen to Article
2 min read
80%
১১/১১/২০২৪, সোমবাৰ

মেষ: ভাতৃৰ পৰা আপুনি সহায় লাভ কৰিব।ব্যৱসায়ত মধ্যম। বিদ্যার্থীসকলৰ মধ্যম। কোনো কামত সফলতা লাভৰ যোগ।সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে।

বৃষঃ শত্ৰুৰ পৰা আজি আপুনি সাৱধান থাকিব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে। বিদ্যার্থীসকলৰ শুভ। ভ্রমণত বাধা।স্বাস্থ্য ভালেৰে যাব।

মিথুন:  নতুন বন্ধু লাভ হোৱাৰ সম্ভাৱনা আছে। কর্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ।হাতলৈ ধন আহিব। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।

কর্কট: নানা অভাৱে আপোনাক অশান্তি দিব। উচ্চ ব্যক্তিৰ লগত আপোনাৰ বন্ধুত্ব হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যৱসায়ীৰ শুভ। বিদ্যার্থীসকলৰ শুভ।


সিংহ: মনৰ প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভ কৰিব। প্ৰেমত মধ্যম।


কন্যা: সম্পত্তি লাভৰ যোগ। বাক্-বিতণ্ডাৰ পৰা আপুনি আঁতৰি থাকক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত। প্রেমত মধ্যম।

তুলা: আর্থিক দিশত আজিৰ দিনটো শুভ। নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব।ভ্রমণত বাধা। স্বাস্থ্য ভালেৰে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে।

বৃশ্চিক: সাধনাত সিদ্ধি লাভ কৰিব। আনৰ পৰা প্রশংসা লাভ কৰিব পাৰে। পুৰণি বন্ধু তথা সহকৰ্মীৰ পৰা সহায় লাভ। নতুন কাম আৰম্ভ কৰিব পাৰে।

ধনু: আপোনাৰ স্বাস্থ্য ভালেৰে যাব। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

মকৰ: শাৰীৰিকভাৱে আপুনি সুখী থাকিব কাৰণ আপোনাৰ স্বাস্থ্য একদম ঠিকে থাকিব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম। প্ৰেমত মধুৰতা। আর্থিকভাবে সবল হ'ব।

কুম্ভ: দিনটো আনন্দত যাব। কাৰোবাক লগ পাই বহুত সুখী হ'ব। কোনো সিদ্ধান্ত ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে ৰখাৰ যত্ন কৰিব। বাক্-বিতণ্ডাৰ পৰা আপুনি আঁতৰি থাকক। সন্মান লাভৰ যোগ। 

মীন: মনোবাঞ্ছা পূৰ্ণ হ'ব। ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। নিজৰ বাক্‌পটুতাৰে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ