--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ২০২১ৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বৈঠক কংগ্ৰেছৰ৷ কেন্দ্ৰীয় পৰ্যৱেক্ষকৰ উপস্থিতিত দীঘলীয়া বৈঠক অনুস্থিত হয় গুৱাহাটীত৷ হিমন্তৰ গ’লৰ প্ৰত্যুত্তৰ গ’লেৰে দিবলৈ সাজু কংগ্ৰেছ৷ বিজেপি-হিমন্তক কটাক্ষ কৰি সৰৱ হৈ পৰে ৰিপুণ বৰা৷

আৰু পঢ়িব পাৰিব : বংগত পুনৰ গঠন হ’ব মমতাৰ চৰকাৰৰ!

তেওঁ কয়, 'বিজেপিত এতিয়া পয়োভৰ ঘটিছে কংগ্ৰেছী নেতাৰ৷ বিজেপিগামীয়ে এজেণ্টৰ দৰে কাম কৰিছে কংগ্ৰেছৰ বাবে৷' তদুপৰি সৰ্বভাৰতীয় সংবাদ মাধ্যমক মোদী মিডিয়া আখ্যা দিয়ে প্ৰদ্যুত্ বৰদলৈয়ে৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ

৩ ঘণ্টীয়া বৈঠকত কেইবাটাও ভাগত আলোচনা কৰে দলটোৱে৷ প্ৰতিটো আঞ্চলিক দলক একত্ৰ যুঁজৰ আহ্বান জিতেন্দ্ৰ সিঙৰ৷ সিঙৰ ভাষ্য় অনুসৰি AIUDFৰে মিত্ৰতাৰ সিদ্ধান্ত ল’ব AICC-এ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক