--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো মানুহৰ পাকঘৰত আদা থাকেই আৰু আদা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই কেৱল চাহ বা তৰকাৰীৰ সোৱাদ বৃদ্ধি কৰাই নহয় ঔষধ হিচাপেও কাম কৰে। আদাই শৰীৰৰ বহু সমস্যা দূৰ কৰাৰ লগতে কাহ, চৰ্দি আদিতো ফলপ্ৰসূ। 

আদাত বহুতো পুষ্টিকৰ উপাদান আছে। ইয়াত পোৱা যায় ভিটামিন, জিংক, আইৰণ, কেলচিয়াম আদি যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আদা আৰু ক’লা নিমখ একেলগে খালে মানুহৰ শৰীৰৰ বহুত উপকাৰ হয়।আদা আৰু ক’লা নিমখ একেলগে খালে দেহে কি কি  উপকাৰিতা লাভ কৰে জানো আহক। 

আদা আৰু ক’লা নিমখৰ উপকাৰিতা
 
১) আদাই শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে আৰু শৰীৰৰ ভিতৰৰ পৰা বিশুদ্ধ কৰে। আৰু ইয়াক গ্ৰহণ কৰি আপুনি মৃত ছালৰ পৰা মুক্তি পাব পাৰে।

২) আদাত এন্টি এজিং উপাদান পোৱা যায়, যিয়ে ছালত তেজৰ সঞ্চালন উন্নত কৰে। 

৩) মানুহে আজিকালি ওজন কমাবলৈ বহুত কষ্ট কৰে। এনে অৱস্থাত আদা-নিমখ উপকাৰী হোৱাৰ লগতে ইয়াক খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যাৰ বাবে ওজন কমি যায় আৰু আপুনিও পাতল পাতল অনুভৱ কৰিব। যদি আপুনি বহুদিনৰ পৰা ওজন কমাব বিচাৰি আছে কিন্তু পৰা নাই তেন্তে নিশ্চিতভাৱে আদা আৰু ক’লা নিমখৰ মিশ্ৰণ সেৱন কৰক, ই উপকাৰী হ’ব।

৪) আদা আৰু ক’লা নিমখ একেলগে সেৱন কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।ই গেছৰ সমস্যা দূৰ কৰাৰ লগতে গেছৰ ফলত হোৱা সমস্যা যেনে পাথৰৰ সমস্যা, অত্যধিক গেছ গঠনৰ ফলত বুকুৰ বিষ দূৰ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ