--°C
Loading...
Listen to Article
2 min read
80%


১০ মে' ২০২৪, শুকুৰবাৰ

মেষ ৰাশি : কামত প্ৰত্যাশিত ফল পাব । সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে। কৰ্মক্ষেত্ৰৰ ব্যস্ততা বাঢ়িব । বেয়া চিন্তা আৰু আচৰণৰপৰা দূৰত থাকক। অনাৱশ্যক দায়িত্ব পালন নকৰিব । 

বৃষ ৰাশি : উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । কামত প্ৰত্যাশিত ফল পাব।  কৰ্মক্ষেত্ৰত অনুকূল ৷ বিত্তীয় লেনদেনত লাভ সুনিশ্চিত। ব্যয়ৰ সম্ভাৱনা আছে । 

মিথুন ৰাশি : কোনো কাম বা প্ৰকল্প হাতত ল’লে, সফলভাৱে সম্পন্ন হ’ব। বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে উৰ্ধতন কৰ্তৃপক্ষৰপৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব। সৰুসুৰা ভ্ৰমণৰ যোগ আছে । চিন্তা বাৰে বাৰে সলনি হৈ থাকিব । আৰ্থিক দিশত উত্থান-পতন হ’ব পাৰে ৷

কৰ্কট ৰাশি : শাৰীৰিক, মানসিক দুৰ্বলতা, দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা ওলাই আহক। চকুৰ সমস্যাই দেখা দিব পাৰে । ঘৰুৱা পৰিৱেশ কুশলে থাকিব । ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ।  ব্যয়ৰ সীমা চেৰাই যাব পাৰে ৷

সিংহ ৰাশি: আত্মবিশ্বাসী হ’ব। খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’ব পাৰে । পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ।

কন্যা ৰাশি : আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব । আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা আছে। ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে। যিমান দূৰ সম্ভৱ বিবাদৰপৰা দূৰত থাকক ।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো শুভ । গ্ৰহৰ অৱস্থান ভাল ৷ আনন্দ-উৎসাহেৰে পূৰ্ণ হৈ থাকিব ৷ শীঘ্ৰেই আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভ্ৰমণ আৰম্ভ হ’ব । বিভিন্ন ক্ষেত্ৰৰপৰা উপকৃত হ’ব ৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। বন্ধুৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব । 

বৃশ্চিক ৰাশি : দিনটো শুভ । বিবাহপ্ৰাৰ্থীসকলৰ বাবে সময়টো অসাধাৰণ। যি কোনো সময়ত নিজৰ পছন্দৰ সংগী বা সংগিনীক লগ পাব পাৰে ৷ খাদ্যৰসিকসকলৰ বাবে শুভ সময় ।ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো উৎসাহব্যঞ্জক হ’ব ।  ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব । 

ধনু ৰাশি : অস্বস্থ অনুভৱ কৰিব পাৰে । দিনটো আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব । আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব । ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা আছে । কোনো কাম কৰিবলৈ যোৱাৰ পূৰ্বে পৰিকল্পনা কৰক ৷ শত্ৰু আৰু প্ৰতিপক্ষৰ লগত মুখামুখি হোৱাৰ বাবে আজিৰ দিনটো বেয়া।

মকৰ ৰাশি : পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । ব্যয় বৃদ্ধি হ’ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওক। ইতিবাচক হৈ থাকক আৰু সকলো প্ৰকাৰ নৈৰাশ্য আৰু নেতিবাচক মনোভাৱ পৰিহাৰ কৰক । ব্যৱসায়িক দিশত দিনটো অনুকূল ৷

কুম্ভ ৰাশি : সকলো কাম দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব । ভ্ৰমণ বা ছুটীত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। ৰংচঙীয়া পোছাক পৰিধান কৰক, উৎকৃষ্ট ভোজনৰ যোগ আছে । অংশীদাৰিত্বৰপৰা লাভবান হ’ব ।

মীন ৰাশি : দিনটো শুভ । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে । সন্তাৰ উন্নতি হ’ব ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । তীব্ৰ আকাংক্ষা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক। কথাবতৰা আৰু আচৰণত বিনম্ৰ হৈ থাকক। সহকৰ্মীসকলৰ দ্বাৰা উপকৃত হ’ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ