--°C
Loading...
Listen to Article
2 min read
80%
১৪ আগষ্ট ২০২৪, বুধবাৰ

১. মেষ ৰাশি- বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।হঠাতে ভাল খবৰ পাব পাৰে।

২. বৃষ ৰাশি -আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। 

৩. মিথুন ৰাশি-  শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। কিন্তু হাতলৈ ধনো আহিব। 

৪. কৰ্কট ৰাশি - ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷

৫. সিংহ ৰাশিৰ - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।

৬. কন্যা ৰাশি - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। 

৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।

৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব পাৰে।  আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।প্ৰেমত শুভ।হঠাতে শুভ সংবাদ লাভ।
 
৯. ধনু ৰাশি- নতুন বস্তু কিনা হ'ব পাৰে। নতুন প্ৰেমৰ যোগ। বিবাহৰ সংবাদ লাভ। ভ্ৰমণত শুভ।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।

১০. মকৰ ৰাশি- মানুহে প্ৰশংসা কৰিব।  দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবদ লাভ কৰিব পাৰে। 

১১. কুম্ভ ৰাশি - আত্মীয়ৰ সৈতে মিলন। এলাহ ভাব দূৰ হ'ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা শুনিব।প্ৰেমত নতুন যোগাযোগ। 

১২. মীন ৰাশি- সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক।  খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ