--°C
Loading...
Listen to Article
2 min read
80%
 

০৬/০৬/২৪ বৃহস্পতিবাৰ

মেষ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ভাল যাব। প্ৰেম সুন্দৰ। মনৰ আশা পূৰণ।

বৃষ : ৰাজনৈতিক আৰু সমাজকর্মীসকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ। খৰচ বাঢ়িব।

মিথুন : কর্মক্ষেত্ৰত ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ দিব। বিদ্যাত শুভ।

কর্কট : মাটি-সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেচা বাঢ়িব। প্ৰেমত খেলিমেলি হ’ব পাৰে।

সিংহ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। 

কন্যা : সমাজসেৱী সকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। 

তুলা : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব।

বৃশ্চিক : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান।

ধনু : আর্থিকত ভাল। ভ্ৰমণত শুভ। পুৰণা মামলা মোকৰ্দমাৰ পৰা মুক্ত হ’ব। প্ৰেমত শুভ।

মকৰ: শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। কৰ্মত শুভ। আয় বাঢ়িব।

কুম্ভ : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। মাতৃৰ শুভ 

মীন : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। হালধীয়া বস্ত্র পৰিধান কৰক। মাতৃৰ শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ