--°C
Loading...
Listen to Article
2 min read
80%


২৭ অক্টোবৰ ২০২৪, দেওবাৰ


মেষ ৰাশি: দিনটো ফলপ্ৰসূ হ’ব ৷ সামাজিক কামত সক্ৰিয় অনুভৱ কৰিব ৷ সাম্ভাব্য দৰা-কইনাই তেওঁলোকৰ সংগীক লগ পাব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ অত্যধিক ব্যয় নকৰিব ৷ দিনটো শুভ ৷

বৃষ ৰাশি: অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব ৷ ইয়ে স্বাস্থ্যত প্ৰভাৱ পেলাব ৷ মনক নিয়ন্ত্ৰণ কৰক ৷ কথা কওঁতে লক্ষ্য দিয়ক ৷ কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব পাৰে ৷ নতুন কাম আৰম্ভ কৰাটো এৰাই চলক ৷ জ্যেষ্ঠ সহকৰ্মী বা বিৰোধীৰ লগত বিবাদত লিপ্ত নহ’ব ৷

মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ আৱেগিক হৈ থাকিব ৷ চিন্তিত হ’ব ৷ অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ যোগাসনে মনক শান্ত কৰিব পাৰে ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিৱেশে মন সলনি কৰিব পাৰে ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ অধিক আনন্দময় কৰি হ’ব ৷ মানসিক আৰু শাৰীৰিক স্থিতি সবল হ’ব ৷ সমাজত নাম খ্যাতি লাভ কৰিব ৷

সিংহ ৰাশি: প্ৰেমত শুভ ৷ মনটোক নিয়ন্ত্ৰণত ৰাখক ৷ অন্যথা ইয়ে পৰিস্থিতি বেয়া কৰিব পাৰে ৷ শাৰীৰিকভাৱে অলপ দুৰ্বল হৈ থাকিব পাৰে ৷ পাচন প্ৰক্ৰিয়াৰ সমস্যা হ’ব পাৰে ৷ দিনটো আনন্দময় হ’ব ৷ ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো এলেহুৱা আৰু দুৰ্বল যেন ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ হতাশ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা আন দিনলৈ পিছুৱাই দিয়ক ৷

তুলা ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে সৌভাগ্যশীল আৰু উপযুক্ত দিন ৷ শৈশৱৰ বন্ধুক লগ পাব ৷ দিনটো আনন্দময় হ’ব ৷ সন্মান আৰু খ্যাতি বৃদ্ধি পাব ৷ পৰিয়ালত বিবাদৰ সৃষ্টি হ’ব ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ সম্পত্তি আৰু সম্পদৰ বিষয়ত সতৰ্ক হওক ৷ প্ৰয়োজন সাপেক্ষে সাৱধানতা অৱলম্বন কৰক ৷

বৃশ্চিক ৰাশি: কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷

ধনু ৰাশি: সফল হ’ব ৷ আৰ্থিক লাভ আৰু কৰ্মত সফলতা লাভ কৰিব ৷ সন্ধিয়া মন্দিৰ দৰ্শন কৰক ৷ কৰ্মস্থলীত চাপ অনুভৱ কৰিব ৷ অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ৷

মকৰ ৰাশি: দিনটো আক্ৰমণাত্মক হৈ থাকিব ৷ ব্যক্তিগত সম্পৰ্কত আঘাত সানিব পাৰে ৷ প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে ৷ মনে মনে থাকিবৰ চেষ্টা কৰক ৷ ধ্যান কৰক ৷ দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি উন্নত হ’ব ৷ ঘৰুৱা পৰিৱেশ শান্ত আৰু আনন্দময় হ’ব ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব ৷

কুম্ভ ৰাশি: দিনটো ফলপ্ৰসূ হ’ব ৷ সামাজিক কামত সক্ৰিয় অনুভৱ কৰিব ৷ সাম্ভাব্য দৰা-কইনাই তেওঁলোকৰ সংগীক লগ পাব পাৰে ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ অত্যধিক ব্যয় নকৰিব ৷ দিনটো শুভ ৷

মীন ৰাশি: দিনটো আনন্দৰে কটাব ৷ ব্যৱসায় উন্নত হ’ব ৷ জ্যেষ্ঠসকল কামত সন্তুষ্ট হ’ব ৷ লাভ আৰু আয় বৃদ্ধি ৷ পিতৃ আৰু অন্য বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব ৷ দিনটো আনন্দৰে কটাব ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক