--°C
Loading...
Listen to Article
2 min read
80%

২২আহিন , সোমবাৰ, ইং ১৮ অক্টোবৰ ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ যতন লওক ৷ জিৰণিৰ প্ৰয়োজন ৷ সাৱধানতা অৱলম্বন কৰক ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাগ্য ভাল ৷

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আবেগক নিয়ন্ত্ৰণ কৰক ৷ ধৈৰ্যৰে সকলো কথা বিবেচনা কৰক ৷

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ৷

সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজি নিজৰ ওপৰত ভৰসা ৰাখি প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ ভাগ্য প্ৰায় ভাল৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি দিনত কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদিও আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ প্ৰশংসা লাভ কৰিব৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ আনন্দময় দিন হʼব ৷ স্বাস্থ্যৰ যতন লওক ৷

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ ৷ সফল লাভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ সন্ধিয়ালৈ মনৰ আশাৰ পূৰণ হ’ব পাৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?