--°C
Loading...
Listen to Article
2 min read
80%
৮ আগষ্ট ২০২৪, বৃহস্পতিবাৰ

মেষ- আজিৰ দিনটো ব্যৱসায়ত শুভ।  হাতলৈ ধন আহিব যদিও খৰচো বৃদ্ধি পাব পাৰে। বন্ধু লাভ। প্ৰেমত মধ্যম।আবেগ নিয়ন্ত্ৰণ কৰিব। । পেটৰ যত্ন ল’ব৷

বৃষ- ধন লাভৰ যোগ। বিতৰ্ক এৰাই চলিব। পিতৃৰ বাবে চিন্তা। শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। নতুন কামৰ যোগাযোগ। শিঙাল জন্তু আৰু পানীৰ পৰা সাৱধানে থাকিব। 


মিথুন- পুৰণি বিবাদৰ বাবে কষ্ট পাব পাৰে। । হাতলৈ ধন আহিব।  শিক্ষৰ্থীয়ে  সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।প্ৰেমত শুভ।নতুন কামত উদ্যমেৰে হাত দিব পাৰে। ব্যয় হ্ৰাস পাব। 

কৰ্কট- কৰ্মক্ষেত্ৰত শুভ। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। চকুৰ ৰোগৰ সম্ভাৱনা।অকস্মাত ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। 

সিংহ- ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। উপহাৰ লাভ কৰিব ধনো আহিব।খৰচ বৃদ্ধি পাব যদিও সমানে ধনো হাতলৈ আহিব।ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷  প্ৰেমত মধ্যম। 

কন্যা- আজিৰ দিনটো আপোনাৰ বাবে শুভ।অৱশ্যে বিবাদ-বিতৰ্ক এৰাই চলিব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। পানীৰ পৰা সাৱধানে থাকিব। 

তুলা – কৰ্মক্ষেত্ৰত বাধা পাব পাৰে। শিক্ষাৰ্থীৰ শুভ। শুভ সংবাদ লাভৰ যোগ। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। আপুনি আজি কাৰোবাক টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ 

বৃশ্চিক- আবেগ নিয়ন্ত্ৰণ কৰিব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। প্ৰেমত শুভ।

ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহু সুবিধা পাব। প্ৰেমত ভাল। আলহীৰ আগমন।খৰচ বৃদ্ধি হ’ব পাৰে৷ নতুন কামৰ সংযোগ ঘটিব। কামৰ  নতুন যোগাযোগ। 


মকৰ-  সন্মান বৃদ্ধি পাব। নতুন কামৰ সন্ধান । ব্যৱসায়ী সকলৰ বাবে মধ্যম দিন। আনন্দদায়ক খবৰ পাব পাৰে। খৰচ অলপ বৃদ্ধি পাব পাৰে। সন্মান বৃদ্ধি পাব।  চকুৰ যত্ন ল’ব।  । প্ৰেমত মধ্যম৷ বিদ্যৰ্থীৰ বাবে ভাল দিন।  

কুম্ভ- চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ।ব্যৱসায়ত শুভ। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন।পাবলগীয়া ধন ঘূৰাই পাব। চকুৰ যত্ন ল’ব।  । প্ৰেমত মধ্যম৷ বিদ্যৰ্থীৰ বাবে ভাল দিন।  

 মীন-আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে শুভ যদিও যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ যোগ । দাঁত আৰু পেটৰ ৰোগৰ প্ৰতি সচেতন হ’ব। আলহী আহিব পাৰে। হাতলৈ ধনো আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ