--°C
Loading...
Listen to Article
2 min read
80%

৮ পুহ, শুক্ৰবাৰ, ইং ২৪ ডিচেম্বৰ, ২০২১


মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ৷ বিবাদ নিষ্পত্তিৰ সুযোগ লাভ কৰিব৷ সজাগ নহলে কৰ্মত সামান্য কষ্ট পাৱ পাৰে। 


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত সন্মান বাঢ়িব৷ আপোনাৰ মনত ভক্তি ভাৱ বাঢ়িব৷ আপুনি সকলো দিশতে সজাগ হৈ চলাতো ভাল।  


মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ সজাগ নহলে সামান্য মানসিক কষ্ট পাব পাৰে৷ দেহত সামান্য ক্লান্তি ভাৱ বৃদ্ধিৰ যোগ৷   


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ'ব৷ শাৰিৰীক দিশত উন্নতি৷ সামান্য মনত উদ্বেগ ভাৱ বৃদ্ধিৰ যোগ।


সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷  জ্যেষ্ঠ ব্যক্তিৰ লগত সম্পৰ্ক কৰোতে সাৱধান হ'ব৷ কৰ্মক্ষত্ৰত সংযম হোৱাটো ভাল।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত শুভ৷ আত্মীয় পৰিয়ালৰ শুভ৷ আৰ্থিক দিশত শুভ ৷ সন্মান বৃদ্ধিৰ যোগ।


তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ৷ মনত আনন্দ বাঢ়িব৷ আপুনি পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।  


বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে৷ উত্তম ভোজন লাভ৷ সম্পদ বৃদ্ধিৰ যোগ। 


ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত জেদ ভাৱ বাঢ়িব৷ কৰ্মক্ষত্ৰত সামান্য জতিলতা বাঢ়িব৷ সামান্য চকুৰ ৰোগ হোৱাৰ যোগ দেখা যায়।


মকৰ ৰাশি- মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হ'ব৷ ব্যৱসায়িক দিশত উন্নতি৷ সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ।


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব৷ সজাগ নহলে সামান্য ব্যয় বাঢ়িব৷ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱা ভাল। 


মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব৷ পাৰিবাৰিক দিশত শুভ৷ লগতে ধন সন্মান লাভৰ যোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?