--°C
Loading...
Listen to Article
2 min read
80%

৬ পুহ, বুধবাৰ, ইং ২২ ডিচেম্বৰ,২০২১ 

মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব৷ শুভ সংবাদ লাভ হ'ব৷ সজাগ নহলে সামান্য মনত অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। 


বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে৷ লগতে আজি আপুনি সজাগ নহলে পিতৃ-মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ। 

মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিক্ষকসকলৰ শুভ হ'ব৷ সামাজিক কৰ্মত প্ৰতিস্থা লাভ কৰিব পাৰে৷ সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।   


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ কৰিব পাৰে৷ বিবাহ প্ৰাৰ্থীসকলৰ শুভ, যদিও সজাগ নহলৈ কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব৷ কৰ্মত যশস্যা বাঢ়িব৷ মনত সামান্য খংঙ আৰু অভিমানভাৱ বৃদ্ধিৰ যোগ।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আদৰ্শবাদী মনোভাৱ বাঢ়িব৷ শুভ সংবাদ লাভ হ'ব৷ কৰ্মত শুভ হ'ব লগতে প্ৰেমতো শুভ।


তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ কৰ্মক্ষত্ৰত শুভ, কৰ্মত ক্ষেত্রত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সকলো ক্ষেত্ৰত সজাগ হোৱাটো ভাল।  


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ বন্ধু লাভ হ'ব৷ লগতে মনত আনন্দ বৃদ্ধিৰ যোগ। 


ধনু ৰাশি-ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব৷ মনত আনন্দ বাঢ়িব৷ সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ৷


মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সামান্য অশান্তি ভাৱ বাঢ়িব৷ মনৰ আশা ভংগ হ'ব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব৷ সজাগ নহলে কৰ্মত সামান্য জতিলতা আহিব পাৰে৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ।


মীন ৰাশি - মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যয় বৃদ্ধই৷ সজাগ নহলে সামান্য মনোমালিন্য হ'ব পাৰে৷ জ্যেষ্ঠ জনৰ উপদেশ মানি চলক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ